Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

publisher by publisher
April 24, 2026
in India, News
Reading Time: 1 min read
0
বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

১০ মাহত ১.৪৩ লাখ কোটি টকা অনুদান আৰু ঋণ লাভ কৰিলে পাকিস্তানে !

Petrol Price Hikes in Pakistan : পাকিস্তানত বৃদ্ধি পালে ইন্ধনৰ মূল্য

International Monetary Fund : নৱবৰ্ষ বিশ্ব অৰ্থব্যৱস্থাৰ বাবে অধিক প্ৰত্যাহ্বানমূলক হ’ব : আই এমএফৰ মুৰব্বীৰ মন্তব্য

IMF:✒️আর্থিক দিশত ভাৰতক চেৰ পেলালে চুবুৰীয়া বাংলাদেশে। এখন দেশৰ নাগৰিকসকলৰ প্রকৃত আর্থিক অৱস্থাৰ আভাস দিয়া জনমূৰি জিডিপিৰ ক্ষেত্ৰত ভাৰততকৈ বাংলাদেশ বহু আগবাঢ়িল বুলি আন্তর্জাতিক মুদ্রানিধি (আইএমএফ) ৰ শেহতীয়া এক তথ্যত প্রকাশ পাইছে।

ADVERTISEMENT

যোৱা ১৪ এপ্রিলত প্রকাশ পোৱা আন্তর্জাতিক বিত্তীয় সংস্থাটোৰ ‘ব’র্ল্ড ইক’নমিক আউটলুক’ৰ মতে চলিত মূল্যত সম্প্রতি বাংলাদেশৰ জনমূৰি জিডিপিৰ পৰিমাণ হৈছে ২,৯১১ ডলাৰ অর্থাৎ দুই লাখ ৭৪ হেজাৰ টকা।

ইয়াৰ বিপৰীতে ভাৰতৰ জনমূৰি জিডিপিৰ পৰিমাণ হৈছে ২,৮১২ ডলাৰ অৰ্থাৎ দুই লাখ ৫৮ হেজাৰ ৩৬৩ টকা। ইয়াৰ জৰিয়তে প্ৰমাণ হৈছে যে বাংলাদেশৰ নাগৰিকসকল আর্থিক দিশত ভাৰতীয়সকলতকৈ আগবাঢ়িল।

উল্লেখ্য যে ভাৰত চৰকাৰে জিডিপিতকৈ জনমূৰি জিডিপিয়ে নাগৰিকসকলৰ আৰ্থিক অৱস্থাৰ সঠিক ছবি দাঙি ধৰে বুলি অর্থনীতিবিদসকলে মন্তব্য কৰি আহিছে। এনে অৱস্থাতে প্ৰকাশ কৰা এই তথ্যই স্বাভাৱিকতে অর্থনীতিবিদসকলক উদ্বিগ্ন কৰিছে।

লক্ষ্যণীয় যে আইএমএফৰ যোৱা বছৰৰ তথ্য অনুসৰি বছৰটোত ভাৰতৰ জনমূৰি জিডিপি বাংলাদেশতকৈ অধিক আছিল। বছৰটোত ভাৰতৰ জনমূৰি জিডিপি ২,৬৭৫ ডলাৰ হোৱাৰ বিপৰীতে বাংলাদেশৰ আছিল ২,৬৩৫ ডলাৰ। এই ক্ষেত্ৰত তাৎপর্যপূর্ণ দিশটো হ’ল যে ২০২৪ৰ মাজভাগৰ পৰা বাংলাদেশত অস্থিৰ ৰাজনৈতিক পৰিৱেশ বিৰাজ কৰে।

হত্যা-হিংসাৰ লেখীয়া ঘটনাই দেশখনত অৰাজক পৰিৱেশৰো সৃষ্টি কৰে। তৎসত্ত্বেও দেশখনে আর্থিক উন্নয়নৰ ক্ষেত্ৰত ভাৰতক চেৰ পেলাবলৈ সক্ষম হৈছে। অৱশ্যে সম্প্ৰতি ভাৰতৰ সামগ্রিক মুঠ ঘৰুৱা উৎপাদনৰ পৰিমাণ ৪.১ লাখ কোটি ডলাৰ হোৱাৰ বিপৰীতে বাংলাদেশৰ ৫১০ বিলিয়ন ডলাৰহে।

আনহাতে, আইএমএফৰ শেহতীয়া তথ্য অনুসৰি, সম্প্রতি সামগ্রিকভাবে সমগ্ৰ বিশ্বৰ বিকাশশীল আৰু উন্নয়নশীল দেশসমূহৰ জনমূৰি জিডিপি হৈছে ৭,৫০০ ডলাৰ। একেদৰে সম্প্রতি সামগ্রিকভাৱে বিশ্বৰ জনমূৰি জিডিপিৰ পৰিমাণ হৈছে ১৫,৬০০ ডলাৰ।

সাধাৰণতে আইএমএফে বছৰত দুবাৰ এই ‘ব’র্ল্ড ইক’ন’মিক আউটলুক’ প্রকাশ কৰি আহিছে। ইয়াৰ জৰিয়তে সংস্থাটোৱে বিশ্ব অর্থনীতিৰ অৱস্থা আৰু অদূৰ ভৱিষ্যৎ সম্পর্কে পূর্বানুমান প্রকাশ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: IMF
publisher

publisher

Related Posts

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই
Entertainment

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

September 28, 2026
চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি
India

চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

September 28, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক
Assam

CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

September 28, 2026
নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য
Assam

নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

September 28, 2026
লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক
Assam

লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d