Guwahati Theft: মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ জালত ৩ কুখ্যাত চোৰ

main

Guwahati Theft:

মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ চাফাই অভিযান । ব্যৱসায়ীক প্ৰতিষ্ঠানকে আদি কৰি আৱাসীক অঞ্চলতো পৰিছে চোৰৰ হাতোৰা। ইয়াৰ মাজতে বশিষ্ঠ আৰক্ষীৰ জালত জালত পৰিল তিনি কুখ্যাত চোৰ I

বশিষ্ঠ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই লখৰাৰ সঞ্জয় বাচক, ৰতন হালৈ আৰু হাতীগাঁৱৰ আকাশ সৰকাৰক আটক কৰিবলৈ সক্ষম ৷ আটকাধীন চোৰ তিনিটাৰ পৰা সোণৰ আ- অলংকাৰ, ছটা জন্তুৰ দাঁত, ৰূপ আৰু কে’বাটাও দামী ম’বাইল ৷

উল্লেখ্য যে, বেলতলাৰ এটা বাসগৃহৰ পৰা ১৫ দিন পূৰ্বে ধৃত চোৰ কেইটাই নগদ ধন সহ সোণৰ আং – অলংকাৰ লুট কৰি নিছিল ৷

Exit mobile version