Udalguri:
ওদালগুৰিত হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত একাধিকৰ বিপিএফত যোগদান। ৰাজনৈতিক দলটোত যোগদান কৰে আক্ৰাছুৰ উপদেষ্টা অতুল বৰ্মণ, সদ্য পদত্যাগী জিলা বিজেপি কিষান মৰ্চাৰ সম্পাদক মিণ্টু দৈমাৰীসহ প্ৰায় ৪০ গৰাকী লোক I
ADVERTISEMENT
© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.
© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.