State Bjp :ৰাজ্যিক বিজেপিৰ কৰ্ণধাৰ সমিতি, নিৰ্বাচন সমিতি আৰু অনুশাসন কমিটি ঘোষণা

bjp 1

State Bjp :

আজি সন্ধিয়া গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ শ্বাহৰ আগমনৰ প্ৰাকমুহূৰ্তত ৰাজ্যিক বিজেপিয়ে ঘোষণা কৰিলে ৰাজ্যিক বিজেপিৰ কৰ্ণধাৰ সমিতি I একেদৰে ঘোষণা কৰিলে অনুশাসন কমিটি আৰু নিৰ্বাচন কমিটি ৷ তিনিও খন কমিটিক অনুমোদন বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ I

Exit mobile version