Supt. of District Jail suspended: ধুবুৰী জিলা কাৰাগাৰৰ অধীক্ষক প্রশান্ত ৰাজবংশীক নিলম্বন

Sequence 010

Supt. of District Jail suspended:

নিলম্বন ধুবুৰী জিলা কাৰাগাৰৰ অধীক্ষক প্রশান্ত ৰাজবংশীক ৷ মহিলা সহকৰ্মীক যৌন নিৰ্যাতন কৰাৰ অভিযোগত ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগে কাৰাগাৰৰ অধীক্ষক গৰাকীক তৎকালীনভাৱে নিলম্বন কৰে ৷ উল্লেখ্য যে, কাৰাগাৰ যুৱতী কৰ্মচাৰী গৰাকীক কাৰাগাৰৰ অধীক্ষক গৰাকীয়ে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ কৰি এখন এজাহাৰো দাখিল কৰিছিল ধুবুৰী আৰক্ষী থানাত ।

Exit mobile version