Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Madani’s visit to Assam is opposed by AJP:জুই জ্বলাবলৈ আজমলৰ জৰিয়তে মাদানীক মাতি আনিছে মুখ্যমন্ত্ৰীয়ে!

মেহমুদ মাদানীসহ জমিয়ত উলেমা ঈ হিন্দৰ সাতজনীয়া দলৰ অসমৰ ভ্ৰমণ তীব্ৰ বিৰোধিতা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ 

publisher by publisher
September 2, 2025
in News, Assam
Reading Time: 1 min read
0
Madani’s visit to Assam is opposed by AJP:জুই জ্বলাবলৈ আজমলৰ জৰিয়তে মাদানীক মাতি আনিছে মুখ্যমন্ত্ৰীয়ে!
1
SHARES
9
VIEWS
ShareShareShareShare

Madani’s visit to Assam is opposed by AJP:

শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাক সমালোচনা আৰু চৰকাৰৰ উচ্ছেদ অভিযানৰ বিৰোধিতা কৰি বিতৰ্ক সৃষ্টি কৰা জমিয়ত উলেমা ই হিন্দৰ ৰাষ্ট্ৰীয় সভাপতি মেহমুদ মাদানীৰ অসম ভ্ৰমণৰ তীব্ৰ বিৰোধিতা কৰিছে অসম জাতীয় পৰিষদে। দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই মাদানীক আটক কৰিবলৈ অসম আৰক্ষীক দাবী জনায়। এক প্রেছ বিবৃতিত অজাপই কয়, ‘মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মা আৰু বদৰুদ্দিন আজমলৰ ভিতৰুৱা বুজাবুজিৰে অসমত সাম্প্রদায়িক পৰিৱেশ ৰচনা কৰিবৰ বাবেই মাদানী অসমলৈ আহিছে। মাদানী আজমলৰ খৰচত তথা আজমলৰ মন্ত্ৰণা অনুসৰিয়ে যে অসমলৈ আহিছে সেয়া প্রমাণ হ’ল।

ADVERTISEMENT

MADANI2কিয়নো যোৱা নিশা মাদানীয়ে গোৱালপাৰা চহৰৰ নিকটৱৰ্তী কাৰবালাস্থিত বদৰুদ্দিন আজমলৰ ঘৰতে নিজৰ সংগীসকলৰ স’তে নিশা যাপন কৰিছে। অৰ্থাৎ বদৰুদ্দিন আজমলৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° শৰ্মাই ৰচনা কৰা সাম্প্রদায়িকতাৰ জালখন মেলাৰ উদ্দেশ্যে ঘৰিয়ালৰ চকুপানী টুকিবলৈ মাদানী অসমলৈ অহাটো নিশ্চিত।’ লগতে তেওঁলোকে অভিযোগ কৰি কয়, ‘সাম্প্রদায়িকতাৰ জুই জ্বলাবলৈ আজমলৰ জৰিয়তে মুখ্যমন্ত্রী ড: শর্মাই মাতি আনিছে মাদানীক।’ মাদানীক কোনো ধৰণৰ সাম্প্রদায়িক বক্তব্য প্রদান নকৰাকৈ ইয়াৰ পৰা উভতি যাবলৈ আহ্বান জনাই অজাপ সভাপতি গগৈ আৰু সাধাৰণ সম্পাদক ভূঞাই কয় যে স্বাধীন দেশত এঠাইৰ পৰা আন ঠাইলৈ মানুহ অহা-যোৱা কৰিব পাৰে, তাত মাদানীক বাধা দিয়াৰ কথা নাহে; কিন্তু তেওঁৰ উদ্দেশ্য যিহেতু সাম্প্রদায়িক বুলি স্পষ্ট, এনে পৰিপ্ৰেক্ষিতত তেওঁৰ ভ্ৰমণ আৰু বক্তব্যই অসমত সাম্প্রদায়িক পৰিৱেশ ৰচনা কৰিব পাৰে, এই কথা তেওঁ উপলব্ধি কৰা উচিত।

RelatedPosts

AJP:১২টা সমষ্টি প্ৰাৰ্থীত্ব আগবঢ়াব অসম জাতীয় পৰিষদে

Gaurav Gogoi Pressmeet:মহানগৰীৰ বেলতলাত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চৰ চাৰিদলৰ উমৈহতীয়া সংবাদমেল

Lurinjyoti Gogoi: জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত মহানগৰীৰ চচলত অসম জাতীয় পৰিষদৰ গণ সত্যাগ্ৰহ কাৰ্যসূচী

অসমৰ সামাজিক সংহতিৰ ক্ষতি কৰিব পৰা বক্তব্য প্রদান বা কাম কৰাৰ পৰা বিৰত থাকিবলৈ গগৈ আৰু ভূঞাই মাদানীক সকীয়াই দিয়ে। মাদানীৰ ভ্ৰমণ আৰু বক্তব্যই অসমত সংহতিৰ পৰিৱেশ বিনষ্ট কৰাৰ সম্ভাৱনালৈ চাই মাদানীক আটক কৰিবলৈ আৰু দিল্লীলৈ ওভতাই পঠিয়াবলৈ অসম আৰক্ষীক অজাপ নেতাদ্বয়ে আহ্বান জনায়। তেওঁলোকে লগতে কয় যে ইতিপূর্বে মাদানীৰ বক্তব্যই অসমত সাম্প্রদায়িক বাতাবৰণ সৃষ্টিৰ কৰাৰ কথাটো অসম আৰক্ষীৰ অজ্ঞাত নহয়।

গতিকে আৰক্ষীয়ে ইতিমধ্যে মাদানীক আটক কৰি ওভতাই পঠিয়াব লাগিছিল। গতিকে বিষয়টো ৰাজ্যৰ গৃহ বিভাগৰ দৃষ্টি আকৰ্ষণ কৰি জাতীয় পৰিষদৰ নেতাদ্বয়ে কয় যে ৰাজ্যত সাম্প্রদায়িক পৰিৱেশ সৃষ্টি নকৰাৰ স্বাৰ্থত মাদানীক আটক কৰি ওভতাই পঠিয়াবলৈ ৰাজ্য চৰকাৰে আৰক্ষীক নির্দেশ দিয়া উচিত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Asom Jatiya ParishadJamiat Ulema-e-HindLurinjyoti GogoiMehmood madani
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d