Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চাকৰিপ্ৰাৰ্থীৰ বাবে সুখবৰ, চৰকাৰী চাকৰিত আবেদনৰ বয়সৰ ঊৰ্ধ্বসীমা পাঁচ বছৰ বৃদ্ধি

    দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত ৰাহুল গান্ধী, মমতা-অখিলেশসহ বিৰোধী নেতৃবৰ্গ

    ‘ইণ্ডিয়া’ৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰে চিজেপিয়ে, স্পষ্ট কৰিলে অভিজিৎ দীপকে

    চাৰ ধামৰ অন্যতম বদ্ৰীনাথত বিপদ ! ওলমি আছে তিনিটাকৈ হিমবাহ, ভাঙি পৰিলেই নামিব পাৰে ভয়াৱহ হিমস্খলন

    পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ

    পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Madani’s visit to Assam is opposed by AJP:জুই জ্বলাবলৈ আজমলৰ জৰিয়তে মাদানীক মাতি আনিছে মুখ্যমন্ত্ৰীয়ে!

মেহমুদ মাদানীসহ জমিয়ত উলেমা ঈ হিন্দৰ সাতজনীয়া দলৰ অসমৰ ভ্ৰমণ তীব্ৰ বিৰোধিতা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ 

publisher by publisher
September 2, 2025
in Assam, News
Reading Time: 1 min read
0
Madani’s visit to Assam is opposed by AJP:জুই জ্বলাবলৈ আজমলৰ জৰিয়তে মাদানীক মাতি আনিছে মুখ্যমন্ত্ৰীয়ে!
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

AJP Review Meeting :মহানগৰীৰ হোটেল লিলিত অসম জাতীয় পৰিষদৰ পৰ্যালোচনা বৈঠক

কুংকি চৌধুৰীক আৰক্ষীৰ চমনক লৈ অজাপৰ তীব্ৰ প্ৰতিবাদ; ‘গণতন্ত্ৰৰ ওপৰত আঘাত’ : লুৰীণজ্যোতি গগৈ

অসমৰ ৰাইজলৈ অসম জাতীয় পৰিষদৰ কৃতজ্ঞতা জ্ঞাপন

Madani’s visit to Assam is opposed by AJP:

শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাক সমালোচনা আৰু চৰকাৰৰ উচ্ছেদ অভিযানৰ বিৰোধিতা কৰি বিতৰ্ক সৃষ্টি কৰা জমিয়ত উলেমা ই হিন্দৰ ৰাষ্ট্ৰীয় সভাপতি মেহমুদ মাদানীৰ অসম ভ্ৰমণৰ তীব্ৰ বিৰোধিতা কৰিছে অসম জাতীয় পৰিষদে। দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই মাদানীক আটক কৰিবলৈ অসম আৰক্ষীক দাবী জনায়। এক প্রেছ বিবৃতিত অজাপই কয়, ‘মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মা আৰু বদৰুদ্দিন আজমলৰ ভিতৰুৱা বুজাবুজিৰে অসমত সাম্প্রদায়িক পৰিৱেশ ৰচনা কৰিবৰ বাবেই মাদানী অসমলৈ আহিছে। মাদানী আজমলৰ খৰচত তথা আজমলৰ মন্ত্ৰণা অনুসৰিয়ে যে অসমলৈ আহিছে সেয়া প্রমাণ হ’ল।

ADVERTISEMENT

কিয়নো যোৱা নিশা মাদানীয়ে গোৱালপাৰা চহৰৰ নিকটৱৰ্তী কাৰবালাস্থিত বদৰুদ্দিন আজমলৰ ঘৰতে নিজৰ সংগীসকলৰ স’তে নিশা যাপন কৰিছে। অৰ্থাৎ বদৰুদ্দিন আজমলৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° শৰ্মাই ৰচনা কৰা সাম্প্রদায়িকতাৰ জালখন মেলাৰ উদ্দেশ্যে ঘৰিয়ালৰ চকুপানী টুকিবলৈ মাদানী অসমলৈ অহাটো নিশ্চিত।’ লগতে তেওঁলোকে অভিযোগ কৰি কয়, ‘সাম্প্রদায়িকতাৰ জুই জ্বলাবলৈ আজমলৰ জৰিয়তে মুখ্যমন্ত্রী ড: শর্মাই মাতি আনিছে মাদানীক।’ মাদানীক কোনো ধৰণৰ সাম্প্রদায়িক বক্তব্য প্রদান নকৰাকৈ ইয়াৰ পৰা উভতি যাবলৈ আহ্বান জনাই অজাপ সভাপতি গগৈ আৰু সাধাৰণ সম্পাদক ভূঞাই কয় যে স্বাধীন দেশত এঠাইৰ পৰা আন ঠাইলৈ মানুহ অহা-যোৱা কৰিব পাৰে, তাত মাদানীক বাধা দিয়াৰ কথা নাহে; কিন্তু তেওঁৰ উদ্দেশ্য যিহেতু সাম্প্রদায়িক বুলি স্পষ্ট, এনে পৰিপ্ৰেক্ষিতত তেওঁৰ ভ্ৰমণ আৰু বক্তব্যই অসমত সাম্প্রদায়িক পৰিৱেশ ৰচনা কৰিব পাৰে, এই কথা তেওঁ উপলব্ধি কৰা উচিত।

অসমৰ সামাজিক সংহতিৰ ক্ষতি কৰিব পৰা বক্তব্য প্রদান বা কাম কৰাৰ পৰা বিৰত থাকিবলৈ গগৈ আৰু ভূঞাই মাদানীক সকীয়াই দিয়ে। মাদানীৰ ভ্ৰমণ আৰু বক্তব্যই অসমত সংহতিৰ পৰিৱেশ বিনষ্ট কৰাৰ সম্ভাৱনালৈ চাই মাদানীক আটক কৰিবলৈ আৰু দিল্লীলৈ ওভতাই পঠিয়াবলৈ অসম আৰক্ষীক অজাপ নেতাদ্বয়ে আহ্বান জনায়। তেওঁলোকে লগতে কয় যে ইতিপূর্বে মাদানীৰ বক্তব্যই অসমত সাম্প্রদায়িক বাতাবৰণ সৃষ্টিৰ কৰাৰ কথাটো অসম আৰক্ষীৰ অজ্ঞাত নহয়।

গতিকে আৰক্ষীয়ে ইতিমধ্যে মাদানীক আটক কৰি ওভতাই পঠিয়াব লাগিছিল। গতিকে বিষয়টো ৰাজ্যৰ গৃহ বিভাগৰ দৃষ্টি আকৰ্ষণ কৰি জাতীয় পৰিষদৰ নেতাদ্বয়ে কয় যে ৰাজ্যত সাম্প্রদায়িক পৰিৱেশ সৃষ্টি নকৰাৰ স্বাৰ্থত মাদানীক আটক কৰি ওভতাই পঠিয়াবলৈ ৰাজ্য চৰকাৰে আৰক্ষীক নির্দেশ দিয়া উচিত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Asom Jatiya ParishadJamiat Ulema-e-HindLurinjyoti GogoiMehmood madani
publisher

publisher

Related Posts

চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
Assam

November 1, 2026
উত্তৰাখণ্ডৰ হেলিকপ্টাৰ দুৰ্ঘটনাক লৈ নতুন তথ্য
India

উত্তৰাখণ্ডৰ হেলিকপ্টাৰ দুৰ্ঘটনাক লৈ নতুন তথ্য

November 1, 2026
চাকৰিপ্ৰাৰ্থীৰ বাবে সুখবৰ, চৰকাৰী চাকৰিত আবেদনৰ বয়সৰ ঊৰ্ধ্বসীমা পাঁচ বছৰ বৃদ্ধি
India

চাকৰিপ্ৰাৰ্থীৰ বাবে সুখবৰ, চৰকাৰী চাকৰিত আবেদনৰ বয়সৰ ঊৰ্ধ্বসীমা পাঁচ বছৰ বৃদ্ধি

November 1, 2026
দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত ৰাহুল গান্ধী, মমতা-অখিলেশসহ বিৰোধী নেতৃবৰ্গ
India

দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত ৰাহুল গান্ধী, মমতা-অখিলেশসহ বিৰোধী নেতৃবৰ্গ

November 1, 2026
‘ইণ্ডিয়া’ৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰে চিজেপিয়ে, স্পষ্ট কৰিলে অভিজিৎ দীপকে
India

‘ইণ্ডিয়া’ৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰে চিজেপিয়ে, স্পষ্ট কৰিলে অভিজিৎ দীপকে

November 1, 2026
চাৰ ধামৰ অন্যতম বদ্ৰীনাথত বিপদ ! ওলমি আছে তিনিটাকৈ হিমবাহ, ভাঙি পৰিলেই নামিব পাৰে ভয়াৱহ হিমস্খলন
India

চাৰ ধামৰ অন্যতম বদ্ৰীনাথত বিপদ ! ওলমি আছে তিনিটাকৈ হিমবাহ, ভাঙি পৰিলেই নামিব পাৰে ভয়াৱহ হিমস্খলন

November 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d