Boko:শিক্ষক দিৱসৰ দিনা চকুপানী মচিলে একাংশ অৱসৰ প্ৰাপ্ত শিক্ষকে

boko

Boko:

শিক্ষক দিৱসৰ দিনা চকুপানী মচিলে একাংশ অৱসৰ প্ৰাপ্ত শিক্ষকে। মাহে ১৫০০ ৰ পৰা ২০০০ টকা লাভ কৰে পেঞ্চন। নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণা পেঞ্চন নীতি বাহাল ৰাখিবলৈ অনুৰোধ এইসকল অৱসৰপ্ৰাপ্ত শিক্ষকৰ।
আনহাতে পবিত্ৰ শিক্ষক দিৱসৰ দিনা বকোত অৱসৰ প্ৰাপ্ত শিক্ষকক সম্বৰ্দ্ধনা। বকো ৰাজীৱ ভৱনত এক গাম্ভীৰ্যপূৰ্ণ অনুস্থানত ১৫০ গৰাকী অৱসৰ প্ৰাপ্ত শিক্ষকক সম্বৰ্দ্ধনা জনায়। একোখনকৈ ফুলাম গামোচা আৰু মানপত্ৰৰে জনোৱা হৈ সম্বৰ্দ্ধনা। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰ নিৰ্দেশ অনুযায়ী অসমৰ প্ৰতিটো সমষ্টিত কংগ্ৰেছ দলে ১৫০ গৰাকী অৱসৰি শিক্ষকক সম্বৰ্দ্ধনা জনায়।

Exit mobile version