Matri Pitri Vandana:ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ

matri vandana

Matri Pitri Vandana:

✒️ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ ৷
✒️১৪ আৰু ১৫ নৱেম্বৰত বিশেষ ছুটী ঘোষণা ৷

✒️মাতৃ-পিতৃ বন্দনাৰ দিন হিচাপে বিশেষ ছুটী চৰকাৰৰ ৷
✒️১৬ নৱেম্বৰ দেওবাৰ হোৱা হেতুকে তিনিদিনেই পিতৃ-মাতৃ স’তে সময় অতিবাহিত কৰিব পাৰিব
কৰ্মচাৰীয়ে ৷

✒️ছুটীৰ বাবে কৰ্মচাৰী সকলে https://matripitrivandana. assam.gov.in.ত কৰিব পাৰিব আবেদন ৷

Exit mobile version