Mujuli Teacher day:মাজুলীৰ গড়মূৰ শংকৰ দেৱ বিদ্যা নিকেতনত শিক্ষক দিৱস উদযাপন

majuli

Mujuli Teacher day:

শিক্ষক সমাজৰ বাবে পবিত্ৰ দিনটোত মাজুলী গড়মূৰ শংকৰদেৱ বিদ্যা নিকেতনত দিনযোৰা কাৰ্যসূচীৰে শিক্ষক দিৱস পালন কৰে।পুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত শিক্ষক দিৱসটিত মাজুলী জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক উপস্থিত থকা লগতে নিকেতনৰ পৰিচালনা সমিতিৰ বিষয় ববীয়া সকল অভিভাৱক সকল উপস্থিত থাকে।ছাত্ৰ-ছাত্ৰী সকলে বন্তি, ধূপ চন্দনেৰে গুৰু পূজন কৰাৰ লগতে গীত নৃত্যৰে জীপাল হৈ পৰে নিকেতন বাকৰি।

Exit mobile version