ADVERTISEMENT
Sex Racket :
দিনক দিনে মহানগৰীত বৃদ্ধি পাইছে অসামাজিক কাৰ্যকলাপ । ৰঙীন গুৱাহাটীত নিশা সংগোপনে একাংশই অব্যাহত ৰাখিছে যৌন অভিসাৰ ৷ আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ মাজতে নিশা উৎখাত হ’ল বৃহৎ চেক্স ৰেকেট ৷
বিশেষ খবৰৰ ভিত্তিত পল্টন বজাৰ থানাৰ অন্তৰ্গত কেইবাখনো SPAত অভিযান চলাবলৈ গৈ যি দেখিলে, চকু কপালত উঠিল আৰক্ষীৰ৷ উলুবাৰীৰ Fablooks SPAৰ পৰা আৰক্ষীয়ে জব্দ কৰে কেতবোৰ আপত্তিজনক সামগ্ৰী ৷ দুই যুৱক সহ ৯ যুৱতীক আটক কৰিবলৈ সক্ষম হয় পল্টনবজাৰ আৰক্ষী ৷






























