Drama artist Bhabajit Kr. Saikia Rongmahal-2025 Awards:
✒️নগাঁৱৰ যুৱ নাট্যশিল্পী, পৰিচালক, শিক্ষক ভৱজিৎ কুমাৰ শইকীয়াক ‘ৰংমহল-২০২৫’ সন্মান প্ৰদান
ADVERTISEMENT
✒️নগাঁৱৰ চল্লিশ বছৰীয়া নাট্যানুষ্ঠান ‘ৰংমহল’-এ শিল্পীগৰাকীক প্ৰদান কৰে এই সন্মান
✒️বঁটা প্ৰদান কৰে নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড:হিতেশ ডেকা, প্ৰবীন অভিনেতা উপকুল বৰদলৈ,প্ৰাক্তন বিধায়ক ডা:দূৰ্লভ চমুৱা আৰু ৰংমহলৰ সভাপতিয়ে
✒️গ্ৰামাঞ্চলত নাট্য চৰ্চাৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে নগাঁও জিলা পুথিভঁৰালত তেওঁলৈ আগবঢ়োৱা হয় এই বিশেষ সন্মান






























