Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

স্বামী হত্যাত সোনমক অভিযুক্ত কৰি ৭৯০ পৃষ্ঠাৰ অভিযোগনামা

publisher by publisher
September 7, 2025
in India, News
Reading Time: 1 min read
0
স্বামী হত্যাত সোনমক অভিযুক্ত কৰি ৭৯০ পৃষ্ঠাৰ অভিযোগনামা
0
SHARES
3
VIEWS
ShareShareShareShare

Murder case:✒️দেশ কঁপোৱা ৰাজা ৰঘুবংশী হত্যাৰ গোচৰত মেঘালয় আৰক্ষীয়ে দাখিল কৰিলে ৭৯০ পৃষ্ঠাৰ অভিযোগনামা। ছোহৰা মহকুমাৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালতত শুকুৰবাৰে হত্যাকাণ্ডটোৰ বিশেষ তদন্তকাৰী গোট (এছআইটি)-এ দাখিল কৰা এই অভিযোগনামাত মূল অভিযুক্তৰূপে ৰাজাৰ পত্নী সোনম ৰাজবংশীৰ নাম উল্লেখ আছে।

ADVERTISEMENT

অভিযোগনামাখনত আৰু চাৰিজনৰ নাম উল্লেখ কৰিছে এছআইটিয়ে। এই চাৰি অভিযুক্তৰ অন্যতম হ’ল সোনমৰ প্ৰেমিক ৰাজ কুশৱাহা। আন তিনি অভিযুক্ত হ’ল আকাশ ৰাজপুত, আনন্দ কুর্মী আৰু বিশাল সিং চৌহান। আটাইকেইজনক ভাৰতীয় ন্যাস সংহিতাৰ ১০৩ (১, হত্যা), ২৩৮ (ক, অপৰাধৰ সাক্ষ্য-প্রমাণ লুকুওৱা) আৰু ৬১ (২, অপৰাধ ষড়যন্ত্র) ধাৰাত অভিযুক্ত কৰা হৈছে।

RelatedPosts

মেঘালয়ৰ পূব জয়ন্তীয়া হিলছত ৫১ কোটি টকাৰ ড্রাগছ সহ মহিলা আটক

Meghalaya Cm Announced:মেঘালয়ৰ মাইনিঙত শ্ৰমিকৰ মৃত্যুৰ ঘটনাক লৈ উদ্বিগ্ন মেঘালয়ৰ মুখ্যমন্ত্ৰী

Tragic Meghalaya Coal Mine Blast:মেঘালয়ৰ ৰেট হোল মাইনিঙত শতাধিকৰ মৃত্যুৰ শংকা

উল্লেখ্য যে যোৱা মে’ত মেঘালয়লৈ মধুচন্দ্রিকা কটাবলৈ অহাৰ সময়ত যোৱা ২৩ মে’ত ৰাজা ৰঘুবংশী হত্যাৰ বলি হয়। ইয়াৰ পূৰ্বে যোৱা ১১ মে’ত ২৪ বছৰীয়া সোনমৰ স’তে ২৯ বছৰীয়া ৰাজা বিবাহপাশত আবদ্ধ হয়। এই গোচৰ সম্পৰ্কত পূব খাচী পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক বিবেক ছিয়েমে কয় যে গোচৰটোৰ আৰু তিনিজন অভিযুক্তৰ বিৰুদ্ধে এক পৰিপূৰক অভিযোগনামা দাখিলৰ প্ৰস্তুতি চলাই আছে তদন্তকাৰী গোটে।

হত্যাকাণ্ডটোৰ ফৰেনচিক পৰীক্ষাৰ প্ৰতিবেদন প্রকাশৰ পাছতে এই পৰিপূৰক অভিযোগনামা আদালতত দাখিল কৰা হ’ব বুলি আৰক্ষী অধীক্ষক ছিয়েমে জনায়। তেওঁ জনোৱা মতে, এই তিনি অভিযুক্ত হ’ল স্থাৱৰ সম্পত্তি ব্যৱসায়ী ছিল’ম জেমছ, লোকেন্দ্ৰ টোমৰ আৰু বলবীৰ আহিৰবাৰ। ৰাজাক হত্যা কৰাৰ পাছত সোনমে যিটো অট্টালিকাত আশ্রয় লয়, সেই অট্টালিকাৰ গৰাকী হৈছে টোমৰ।

আনহাতে, আহিৰবাৰ হৈছে সুৰক্ষা কৰ্মী। অপৰাধৰ সাক্ষ্য প্রমাণ গোপন কৰা আৰু ধ্বংস কৰাৰ অভিযোগত ইতিমধ্যে তিনিওকে তদন্তকাৰীয়ে গ্ৰেপ্তাৰ কৰিছে। সম্প্রতি তিনিও জামিনত আছে।

উল্লেখ্য যে সোনম আৰু ৰাজা দুয়োৰে ঘৰ মধ্য প্ৰদেশৰ ইন্দোৰত। আৰক্ষীৰ মতে, ৰাজাৰ স’তে বিবাহপাশত আবদ্ধ হোৱাৰ পূৰ্বৰে পৰা সোনমৰ গোপন সম্পর্ক আছিল ৰাজাৰ স’তে। সোনমৰ পৰিয়ালৰ আচবাবৰ প্ৰতিষ্ঠানত ৰাজে গাণনিকৰ কাম কৰিছিল।

বিয়াৰ পাছতে ৰাজা আৰু সোনমে মধুচন্দ্ৰিকাৰ বাবে ইন্দোৰৰ পৰা মেঘালয়লৈ বুলি আহে। পাছত ২৩ মে’ত দুয়ো ৰহস্যজনকভাবে সন্ধানহীন হয়। ইয়াৰ কেইঘণ্টামান পূর্বে মেঘালয়ৰ নংগ্রিয়াত গাঁৱৰ এটা হোমষ্টেৰ পৰা ওলাই আহিছিল।

পাছত যোৱা দুই জুনত নংগ্রিয়াত গাঁৱৰ পৰা ২০ কিলোমিটাৰ দূৰৈত ৰাজাৰ মৃতদেহ উদ্ধাৰ হয়। তেতিয়ালৈ সোনমৰ সন্ধান ওলোৱা নাছিল। দুয়োৰে সন্ধানত ছোহৰা আৰক্ষীৰ উপৰি বিশেষ তদন্তকাৰী গোট, ৰাষ্ট্ৰীয় দুর্যোগ প্রশমন বাহিনী (এনডিআৰএফ), ৰাজ্যিক দুর্যোগ প্রশমন বাহিনী (এছডিআৰএফ), পৰ্বতাৰোহণকাৰী দল আৰু স্থানীয় লোকেও ব্যাপক অভিযান চলায়।

অৱশেষত যোৱা দুই জুনত ছোহৰাৰ বিখ্যাত ৱেই ছাওদং জলপ্রপাতৰ ওচৰৰ এটা দ খাৱৈত ৰাজাৰ মৃতদেহ উদ্ধাৰ হয়। অভিযোগ অনুসৰি প্ৰেমিক ৰাজাৰ স’তে মিলি সোনমে তিনি ভাড়াতীয়া ঘাতক আকাশ, আনন্দ আৰু বিশালক বুজন অংকৰ ধনৰ বিনিময়ত নিয়োগ কৰি ৰাজাক হত্যা কৰোৱায়।

তাৰ পাছতে সোনমে নাটক ৰচনা কৰি আৰক্ষীক বিপথে পৰিচালিত কৰাৰ অপচেষ্টা কৰে। অৱশ্যে মূৰকত তেওঁ ব্যর্থ হয়। আনহাতে, ৰাজা মেঘালয়ৰ স্থানীয় লোকৰ দ্বাৰা হত্যাৰ বলি হয় বুলি দেশজুৰি একাংশই ভিত্তিহীন প্ৰচাৰ চলায়। তাকে লৈ একাংশই সামাজিক মাধ্যমত অনর্থক হৈ চৈ কৰি থকাৰ সময়তে যোৱা আঠ জুনত উত্তৰ প্ৰদেশৰ ঘাজিপুৰত সোনমে আত্মপ্রকাশ কৰে।

পৰৱৰ্তী সময়ত তেওঁ নন্দগঞ্জ আৰক্ষী থানাত আত্মসমর্পণ কৰে। ইয়াৰ কেইঘণ্টামান পূৰ্বে আৰক্ষীয়ে ৰাজা হত্যাৰ আন তিনি অভিযুক্ত ক্রমে আকাশ, বিশাল আৰু আনন্দক উত্তৰ প্ৰদেশ, ইন্দোৰ আৰু সাগৰ নগৰ (মধ্য প্রদেশ)ৰ পৰা গ্ৰেপ্তাৰ কৰে। পাছত আৰক্ষীয়ে সোনমৰ প্ৰেমিক ৰাজক গ্ৰেপ্তাৰ কৰে। সূত্ৰই জনোৱা মতে, গ্ৰেপ্তাৰৰ পাছত যোৱা ১১ জুনত সোনমে স্বামীক হত্যা কৰাৰ কথা স্বীকাৰ কৰে।

তাৰ পাছতে তেওঁৰ ভ্ৰাতৃ গোবিন্দই দাবী কৰে যে সোনমৰ স’তে তেওঁৰ পৰিয়ালে সকলো সম্পর্ক ছিন্ন কৰিছে। তদুপৰি ন্যায় লাভত ৰাজাৰ শোকসন্তপ্ত পৰিয়ালক সহায় কৰাৰ প্ৰতিশ্ৰুতিও গোবিন্দই দিয়ে।

সোনমসহ পাঁচ অভিযুক্তক ফাঁচি দিয়াৰ দাবী ৰাজাৰ পৰিয়ালৰ

তথ্য প্রমাণসহ মেঘালয় আৰক্ষীয়ে আদালতত ৰাজা হত্যাকাণ্ডৰ অভিযোগনামা দাখিল কৰাৰ পাছতে তেওঁৰ পৰিয়ালে সোনমক ফাঁচি দিয়াৰ দাবী উত্থাপন কৰিছে। এই সম্পৰ্কত ৰাজাৰ জ্যেষ্ঠ ভ্রাতৃ বিপিন ৰঘুবংশীয়ে কয়, ‘মোৰ পৰিয়ালৰ মাথোঁ এটাই দাবী আছে। সেয়া হ’ল সোনম আৰু ৰাজসহ পাঁচ অভিযুক্তক মৃত্যুদণ্ড বিহিব লাগে।’

মেঘালয় আৰক্ষীৰ তদন্তত সন্তুষ্টি প্রকাশ কৰি তেওঁ আশা প্রকাশ কৰে যে অভিযুক্তকেইজনৰ বিৰুদ্ধে আৰোপ কৰা ধাৰাসমূহ শক্তিশালী। অৱশ্যে অভিযোগনামাৰ সবিশেষ তথ্য দেখা নাই বুলিও ৰঘুবংশীয়ে জনায়। আনহাতে, সোনমৰ ভ্ৰাতৃ গোবিন্দই নিজা ব্যৱসায়িক স্বার্থক সুৰক্ষা দিয়াৰ স্বাৰ্থত মিছা মাতিছে বুলিও ৰঘুবংশীয়ে অভিযোগ উত্থাপন কৰে।

তেওঁ কয়, ‘গোবিন্দই কৈছে যে তেওঁ আমাৰ পৰিয়ালৰ স’তে আছে; কিন্তু আমি জানিব পাৰিছো যে তেওঁ সোনমৰ বাবে এজন অধিবক্তা নিয়োগ কৰিছে।’ ইতিমধ্যে তেওঁৰ পৰিয়ালেও গোচৰটো চলাই নিবলৈ অধিবক্তাৰ ব্যৱস্থা কৰা বুলিও ৰঘুবংশীয়ে জানিবলৈ দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: MEGHALAYAMurder CaseRaja Raghuvangsri
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d