Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ

    বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

    কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

    মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

    দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Tragic Meghalaya Coal Mine Blast:মেঘালয়ৰ ৰেট হোল মাইনিঙত শতাধিকৰ মৃত্যুৰ শংকা

ৰেট হোল মাইনিঙত প্ৰাণ হেৰোৱা শ্রমিকলৈ ৫ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ, মন্ত্ৰী কৌশিক ৰয় আৰু বিধায়ক ককমলাক্ষ দে পুৰকায়স্থ ঘটনা পৰ্যৱেক্ষণৰ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ

publisher by publisher
February 6, 2026
in Assam
Reading Time: 1 min read
0
Tragic Meghalaya Coal Mine Blast:মেঘালয়ৰ ৰেট হোল মাইনিঙত শতাধিকৰ মৃত্যুৰ শংকা
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা

Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

Tragic Meghalaya Coal Mine Blast:

বিজেপি নেতৃত্বাধীন এনডিএ শাসিত চুবুৰীয়া মেঘালয়ত অবৈধ কয়লা খনি চলি থকা বুলি বিৰোধীয়ে উত্থাপন কৰি অহা অভিযোগৰ সত্যতা প্রমাণ কৰি এনে এটা অবৈধ কয়লা খনিত সংঘটিত এক শক্তিশালী বিস্ফোৰণৰ ফলত বৃহস্পতিবাৰে শতাধিক শ্রমিক হতাহত হ’ল। হতাহত শ্ৰমিকসকলৰ মাজত অসমৰো বহুকেইজন আছে।

ADVERTISEMENT

এই ভয়াৱহ ঘটনা সংঘটিত হৈছে ৰাজ্যখনৰ জয়ন্তীয়া পাহাৰ জিলাৰ ওমপ্লেং আৰক্ষী চকীৰ অন্তর্গত থাংস্কো অঞ্চলৰ মীনছীংগাস্থিত এটা অবৈধ কয়লা খনিত। খনিটোত সংঘটিত ভয়াৱহ বিস্ফোৰণত বাতৰি লিখা পৰলৈকে ১৮ জন শ্রমিকৰ মৃত্যু নিশ্চিত কৰা হৈছে। অৱশ্যে বিস্ফোৰণৰ ভয়াৱহতা লক্ষ্য কৰি ঘটনাটোত মৃতকৰ সংখ্যা শতাধিকলৈ বৃদ্ধিৰ আশংকা কৰা হৈছে।

প্ৰাপ্ত খবৰ অনুসৰি মৃত্যু হোৱা শ্ৰমিকৰ ভিতৰত ৬ জনৰ ঘৰ কাছাৰৰ কাটিগড়াত। কাটিগড়াৰ দিলৱাৰ হুছেইন, আনোৱাৰ হুছেইন, ফাৰুক আহমেদৰ সৈতে শোকাৱহ ঘটনা। এইপৰ্যন্ত ১৮জনকৈ শ্ৰমিকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। খনিটোত সংঘটিত এই বিস্ফোৰণ ইমানেই ভয়াৱহ আছিল যে বিস্ফোৰণৰ পাছত ঘটনাস্থলীত জুই জ্বলি উঠাৰ লগতে চৌপাশ প্রচণ্ড ক’লা ধোঁৱাই আগুৰি ধৰে। কুণ্ডলী পকাই আকাশ ছানি ধৰা এই ধোঁৱা বহু দূৰৰ পৰা দেখা যায়। জুইত বহু সংখ্যক শ্রমিক জীৱন্তে জ্বলি ছাই হোৱা বুলিও আশংকা কৰা হৈছে। একেদৰে বহু শ্ৰমিকৰ শৰীৰ ছিন্ন-ভিন্ন হৈ ওফৰি পৰা বুলিও সন্দেহ কৰা হৈছে।

ফলত ডিএনএ পৰীক্ষাৰ জৰিয়তেহে মৃতদেহ চিনাক্ত কৰিব পৰা হ’ব বুলি একাংশই ধাৰণা কৰিছে। তদুপৰি এই বিস্ফোৰণৰ ফলত স্থানীয় লোকৰ ক্ষয়-ক্ষতিৰ আশংকাও কৰা হৈছে। বিস্ফোৰণে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিত উদ্ধাৰ অভিযান পলমকৈ আৰম্ভ হয় বুলি সূত্রই জনায়। সূত্রই জনোৱা মতে, বিস্ফোৰণটো সংঘটিত হোৱাৰ লগে লগে খনিটো পাহাৰ খহিও পুতি পেলায়। ফলত ভিতৰত আবদ্ধ হৈ পৰে বৃহৎ সংখ্যক শ্রমিক। আনহাতে, ঘটনাটো সংঘটিত হোৱাৰ পাছত ঘটনাস্থলীত মৃত আৰু আবদ্ধ শ্রমিকসকলৰ পৰিয়ালে এক হৃদয়বিদাৰক পৰিৱেশৰ সৃষ্টি কৰে। শিশু আৰু মহিলাৰ ক্রন্দনে উদ্ধাৰকাৰীসহ বহুতৰে চকু সেমেকাই তোলে।

ইতিমধ্যে খনিটো অবৈধ বুলি মেঘালয় আৰক্ষীয়ে নিশ্চিত কৰিছে। ঘটনা সন্দৰ্ভত মেঘালয়ৰ আৰক্ষী সঞ্চালক প্রধান আই নংগ্রাঙে কয়, ‘এই মুহূর্তলৈ আমি ১৮ জনৰ মৃতদেহ উদ্ধাৰ কৰিছো। বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত খনিটোত কিমান শ্রমিক আছিল সেয়া নিশ্চিত কৰিবলৈ বাকী আছে। বহুসংখ্যক লোক খনিটোত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে।’ ইতিমধ্যে ঘটনাস্থলীত স্থানীয় প্রশাসন, আৰক্ষী আৰু দুর্যোগ মোকাবিলা বাহিনী উপস্থিত হৈ খনিটোত আবদ্ধ শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। এই উদ্ধাৰ অভিযানত সন্ধিয়ালৈ ১৮ জন দুৰ্ভগীয়া শ্রমিকৰ মৃতদেহ উদ্ধাৰ হয়।

আনহাতে ঘটনা সন্দৰ্ভত পূব জয়ন্তীয়া পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক বিকাশ কুমাৰে জনায় যে খনিটোত সংঘটিত বিস্ফোৰণত আহত এজন লোকক চিকিৎসালয়ত ভর্তি কৰা হৈছে। আহতজনক প্রথমে ছুতাংগা প্রাথমিক স্বাস্থ্য কেন্দ্রত ভর্তি কৰা হয়। পাছত তাৰ পৰা তেওঁক উন্নত চিকিৎসাৰ বাবে শ্বিলঙৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনা সন্দর্ভত মেঘালয়ৰ গ্লিয়েহৰিয়াত আৰক্ষী থানাত ১৪/২০২৬ নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ ১০৫/১১৮ (২)/৩ (৫), বিস্ফোৰক দ্রব্য আইনৰ তিনি ধাৰা আৰু এমএমডিআৰ আইনৰ ২১/২১ (১) ধাৰাত মেঘালয় আৰক্ষীয়ে এটা নিজাববীয়া গোচৰ ৰুজু কৰিছে। গতিকে খনিটোত বিস্ফোৰণত বিস্ফোৰক ব্যৱহাৰ হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈছে। তদুপৰি আৰক্ষীয়ে ৰাজ্যখনৰ সকলো অবৈধ কয়লা খনি বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। অৱশ্যে এই ভয়াৱহ ঘটনা সংঘটিত হোৱাৰ পাছতহে আৰক্ষী সাৰ পোৱা ঘটনাক বহুতে সহজভাবে লোৱা নাই।

খনিটো অবৈধ হোৱাটো নিশ্চিত কৰি আৰক্ষী অধীক্ষক কুমাৰে কয়, ‘অনুসন্ধানৰ পাছত এইটো নিশ্চিত কৰা হৈছে যে এটা অবৈধ কয়লা খনিত এক বিস্ফোৰণ সংঘটিত হৈছে। পলম নকৰাকৈ উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়।’ উল্লেখ্য যে ২০১৪ত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে মেঘালয়ত ৰেট হ’ল মাইনিং আৰু অবৈজ্ঞানিক পদ্ধতিৰে কৰা খনিৰ খননত নিষেধাজ্ঞা আৰোপ কৰে। পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়েও ন্যায়াধিকৰণৰ এই নির্দেশ বাহাল ৰাখে। তদুপৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত ন্যায়াধীশ পি বি কটকী সমিতিৰ অনুসন্ধানো চলি আছে।

কটকী সমিতিৰ পৰামৰ্শৰ ভিত্তিত চৰকাৰে এনে অবৈধ খনিৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিছে। তৎসত্ত্বেও ৰাজ্যখনত এনে খনি অবাধে চলি থকা বুলি অসমৰো বিভিন্ন বিৰোধী দলে অভিযোগ উত্থাপন কৰি আহিছে। আজি বিৰোধীৰ এই অভিযোগ সম্পূর্ণৰূপে সঁচা প্রমাণ হ’ল। উল্লেখ্য যে ৰেট হ’ল খনিসমূহত তিনি-চাৰি ফুট উচ্চতাৰ একোটা ঠেক গহ্বৰৰে খনিত প্ৰৱেশ কৰি খনন কৰি কয়লা সংগ্ৰহ কৰা হয়। এনে বিপজ্জনক খনিসমূহে প্রায়ে শ্রমিকৰো প্রাণহানি কৰি অহাৰ লগতে প্রাকৃতিক পৰিৱেশৰ প্ৰচুৰ ক্ষতি কৰি আহিছে।

আনহাতে, এই অবৈধ খনিত মৃত বা আবদ্ধ শ্ৰমিকসকলৰ অসমৰ হয় নে নহয় তাক লৈ সন্দিহান হৈ আছে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মা। ঘটনা সন্দর্ভত মুখ্যমন্ত্রীয়ে কয়, ‘এই শ্রমিকসকলে নিজকে অসমৰ বুলি দাবী কৰিব পাৰে। কিন্তু তেওঁলোক বাংলাদেশীও হ’ব পাৰে। সেয়ে আজিকালি সহজে পতিয়ন নাযাব। কাৰণ মই যিমান দূৰলৈ জানো কোনো অসমীয়া ব্যক্তিয়ে মেঘালয়ৰ কয়লা খনিত কাম কৰিবলৈ নাযায়।’ অৱশ্যে তেওঁ এই বৃহৎ সংখ্যক শ্রমিকৰ অকাল মৃত্যুত দুখ প্রকাশ কৰে। তেওঁ কয়, ‘অসমীয়াই হওঁক বা বাংলাদেশী নাগৰিকৰে হওঁক মৃত্যু সদায়ে পীড়াদায়ক।’

শেহতীয়া খবৰ অনুসৰি মেঘালয়ত ৰেট হোল মাইনিঙত প্ৰাণ হেৰোৱা শ্রমিকলৈ ৫ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । একেদৰে ঘটনাস্থলীলৈ যাবলৈ মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে মন্ত্রী কৌশিক ৰয় আৰু বিধায়ক কমলাক্ষ দে পুৰকায়স্থক কৌশক ৰয়ক ।

আনহাতে মেঘালয়ৰ এই অবৈধ কয়লা খনিৰ শোকাৱহ ঘটনাৰ আঁত ধৰি অসম জাতীয় পৰিষদে অভিযোগ উত্থাপন কৰিছে যে দিল্লী-দিছপুৰৰ আশীৰ্বাদতে অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত এনে ধৰণৰ অবৈধ কার্যকলাপ চলি আছে। ১৮ জনকৈ শ্রমিকৰ মৃত্যুত শোক প্রকাশ কৰি দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিত কয়, ‘এনে অবৈধ খনিত যোৱা বছৰৰ ছয় জানুৱাৰীত ডিমা হাছাওতো নজন শ্রমিকৰ মৃত্যু হয়। আজি যি স্থানত ঘটনাটো সংঘটিত হয় সেই স্থান অসম-মেঘালয় সীমান্তত অৱস্থিত। ইয়াৰ পৰা অনুমান কৰিব সহজ যে এই ঠাইবোৰত ৰেট হ’ল মাইনিং বন্ধ কৰা হৈছে যদিও প্ৰকৃততে ৰাইজৰ চকুত ধূলি দি এনে অবৈধ খনি চলি আছে। দিল্লী-দিছপুৰৰ আশীৰ্বাদত অবৈধভাৱে কয়লা খনন আৰু ছিণ্ডিকেট চলি আছে।’

একেদৰে ঘটনাক লৈ শোক প্রকাশ কৰি ৰাইজৰ দলৰ সভাপতি-বিধায়ক অখিল গগৈয়ে কয় যে এইটো এটা দুখজনক ঘটনা। পূর্বেও বহুবাৰ এনে খনিত অসমৰ বহু শ্রমিাদক হেৰুওৱা হৈছে বুলিও গগৈয়ে মন্তব্য কৰে। মৃতসকলৰ পৰিয়ালক ২০ লাখ টকাকৈ সাহায্য প্ৰদানৰ দাবীও গগৈয়ে উত্থাপন কৰে। তেওঁ লগতে কয়, ‘দুখৰ বিষয় যে বিগত এটা বছৰত অসমৰ বাহিৰলৈ কাম কৰিবলৈ গৈ প্রায় ১৬২ যুৱক-যুৱতীস ডিমা হাছাওৰ পাছত এইবাৰ মেঘালয়ত আমি একেলগে ১০ জন শ্রমিকক হেৰুৱালো। চৰকাৰে মৃতদেহ অতিপলমে উদ্ধাৰ কৰি ঘৰলৈ অনাৰ ব্যৱস্থা কৰক।’

ইপিনে মেঘালয়ৰ অবৈধ খনিত সংঘটিত ঘটনাত নিহতসকলৰ পৰিয়াল আৰু আহতসকললৈ এক এককালীন আর্থিক সাহায্য ঘোষণা কৰিছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। সামাজিক মাধ্যমযোগে প্রধানমন্ত্রীয়ে ঘটনাটোত শোক প্রকাশ কৰি নিহতসকললৈ শ্রদ্ধাঞ্জলি জনোৱাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। লগতে তেওঁ নিহতসকলৰ পৰিয়ালবৰ্গলৈ পাঁচ লাখ টকাকৈ আৰু আহতসকললৈ ৫০ হেজাৰ টকাকৈ এককালীন আর্থিক সাহায্য ঘোষণা কৰিছে। এই সাহায্যৰ ধন প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় দুর্যোগ উপশম পুঁজিৰ পৰা আগবঢ়োৱা হ’ব বুলি মোদীয়ে সদৰী কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 18 DEATHMEGHALAYATragic Coal Mine Blast
publisher

publisher

Related Posts

মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু
Assam

October 14, 2026
বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

October 12, 2026
পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন

October 11, 2026
বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান

বৰআগ্রা বাপুজী প্রাথমিক বিদ্যালয়ত কণ কণ ছাত্র-ছাত্ৰীৰ ব্যতিক্ৰমী ‘শনিবৰীয়া বজাৰ’

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে

October 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d