Nepal’s President Ram Chandra Poudel resigned amid violence protests in Kathmandu:কাঠমাণ্ডুত হিংসাত্মক প্ৰতিবাদৰ মাজত নেপালৰ প্ৰধানমন্ত্ৰীৰ পাছত ৰাষ্ট্ৰপতিৰ ৰামচন্দ্ৰ পড়েলৰ পদত্যাগ

nepali president

Nepal’s President Ram Chandra Poudel resigned amid violence protests in Kathmandu:

হিমালয়ান দেশ নেপালত সামাজিক মাধ্যমত নিষেধাজ্ঞাৰ বিৰুদ্ধে অব্যাহত থকা উত্তাল প্ৰতিবাদৰ মাজত মঙলবাৰে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে পদত্যাগ কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে ৰাষ্ট্ৰপতিৰ ৰামচন্দ্ৰ পড়েলৰেও পদত্যাগ কৰে ৷

Exit mobile version