NSCN(IM) major surrenders in Arunachal: অৰুণাচলত আত্মসমৰ্পণ এনএছচিএন(আই এম) মেজৰৰ

SP OFFICE

NSCN(IM) major surrenders in Arunachal:

চুবুৰীয়া অৰুণাচলত আত্মসমৰ্পণ এনএছচিএন আইএম গোটৰ মেজৰৰ ৷ আত্মসমৰ্পণ কৰা বিদ্ৰোহী নেতাজনৰ নাম ফুলেশ্বৰ গগৈ ওৰফে নং এছ টাংচাৰ । তেওঁ ঘৰ তিনিচুকীয়া জিলাৰ পেঙেৰীৰ মাইচাং পানীত ৷
অৰুণাচল প্ৰদেশৰ নংদিং জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত আত্মসমৰ্পণ কৰা এনএছচিএন(আই এম) ৰ মেজৰ গৰাকীয়ে আৰক্ষীৰ হাতত জমা দিয়ে এটা AK ৪৭ ৰাইফলছ আৰু ৩০ ৰাউণ্ড সক্রিয় গুলী ৷
আত্মসমৰ্পণ কৰা বিদ্ৰোহী নেতা গৰাকীক নংদিং আৰক্ষীয়ে দুই এদিনৰ ভিতৰত তিনিচুকীয়া আৰক্ষীক চমজাই দিব বুলি জানিব পৰা গৈছে ৷

Exit mobile version