Ratul Ali: অসমীয়া যুৱকৰ চমক

ইউটিউব চাই ৰাতুল আলীয়ে নিৰ্মাণ কৰি উলিয়ালে হেণ্ড গ্লাইডাৰ

hazo 3

Ratul Ali:

অসমীয়া যুৱকৰ চমক ৷
অসাধ্যকো সাধ্য কৰি দেখুৱালে হাজোৰ আদাবাৰীৰ ৰাতুল আলীয়ে ৷
ইউটিউব চাই ৰাতুল আলীয়ে নিৰ্মাণ কৰি উলিয়ালে হেণ্ড গ্লাইডাৰ ৷
পাঁচ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰে ‘হেণ্ড গ্লাইডাৰ ‘খন ৷
বৃহস্পতিবাৰে শুৱালকুছিৰ আকাশত নিজেই ড্ৰাইভ কৰি উৰোৱালে ‘হেণ্ড গ্লাইডাৰ’ খন ৷
Exit mobile version