Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

প্ৰব্ৰজনবিৰোধী সমদলক কেন্দ্ৰ কৰি সংঘাতময় পৰিৱেশ লণ্ডনৰ ৰাজপথত

publisher by publisher
September 15, 2025
in News, International
Reading Time: 1 min read
0
প্ৰব্ৰজনবিৰোধী সমদলক কেন্দ্ৰ কৰি সংঘাতময় পৰিৱেশ লণ্ডনৰ ৰাজপথত
0
SHARES
3
VIEWS
ShareShareShareShare

London:✒️সাম্প্ৰতিক সময়ৰ বৃহৎ প্ৰব্ৰজন বিৰোধী উত্তাল প্রতিবাদ আৰু প্ৰব্ৰজনৰ সমর্থনতো প্রতিবাদে কপাই তুলিছে ব্রিটেইনক।

ADVERTISEMENT

‘ইউনাইট দ্য কিংডম’ (সাম্রাজ্য পুনৰ ঐক্যবদ্ধ কৰক) শীর্ষক এই আন্দোলনত লণ্ডনৰ পথত আৰক্ষী আৰু বিক্ষোভকাৰীৰ মাজত সংঘাতময় পৰিস্থিতিৰ সৃষ্টি হয়। ব্রিটেইনৰ অতি দক্ষিণপন্থী নেতা টমী ৰবিনছনৰ নেতৃত্বত এই প্রতিবাদ তীব্র হয়।

RelatedPosts

Bajpai Bhawan:মহানগৰীৰ বাজপেয়ী ভৱনৰ সন্মুখত আক্ৰাছুৰ উত্তাল প্ৰতিবাদ

Lurinjyoti Gogoi: জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত মহানগৰীৰ চচলত অসম জাতীয় পৰিষদৰ গণ সত্যাগ্ৰহ কাৰ্যসূচী

একমাহতে দ্বিতীয়বাৰ! মিনিয়েপলিছত অভিবাসন আধিকারীৰ গুলীত যুৱক নিহত, তীব্ৰ প্ৰতিবাদ

ইপিনে, প্রব্রজন বিৰোধী সমদলৰ বিৰোধিতাৰে আন এক সমদল উলিওবা হয়। ইয়াৰ নাম দিয়া হয় ‘মার্চ এগেইনষ্ট ফেচিজম’ (ফেচিবাদৰ বিৰুদ্ধে সমদল)। এই সমদলতো পাঁচ সহস্রাধিকৰ সমাৱেশ ঘটে বুলি কোৱা হৈছে।

পুনৰ প্ৰব্ৰজন বিৰোধী প্রতিবাদত উত্তাল লণ্ডন

স্থানীয় সময় অনুসৰি, শনিবাৰে এনে বিক্ষোভত একপ্ৰকাৰ সমগ্র লগুন স্তব্ধ হৈছিল। অতি দক্ষিণপন্থী নেতা তথা সমাজকর্মী টমী ৰবিনছনৰ আহ্বানত লণ্ডনৰ ৰাজপথত সমরেত লক্ষাধিক প্রতিবাদকাৰীয়ে ‘আমাৰ দেশ আমাক ঘুৰাই দিয়ক’ শ্ল’গানৰে ৰাজপথ উত্তপ্ত কৰি তুলিছিল।

প্ৰতিবাদকাৰীসকলৰ অভিযোগ যে বিদেশী নাগৰিকৰ হেঁচাত সম্প্রতি জর্জৰিত হৈছে ব্রিটেইন। স্থানীয় লোকৰ তুলনাত দেশখনত অধিক গুৰুত্ব লাভ কৰিছে বিদেশীয়ে। অবৈধভাবে প্রবেশ কৰিও বহু লোকে ব্রিটেইনত নাগৰিকৰ সকলো অধিকাৰ ভোগ কৰিছে। প্ৰব্ৰজনকাৰীৰ এনে দপদপনিত ব্রিটিছ নাগৰিকসকল অতিষ্ঠ হৈ ৰবিনছনৰ আহ্বানত ৰাজপথলৈ ওলাই আহিছে বুলি কয়।

সমদল উদ্যোক্তা ৰবিনছনৰ ইংলিছ ডিফেন্স লীগ নামৰ এটা সংগঠন আছে। তেওঁ ব্রিটেইনত উগ্র জাতীয়তাবাদী আৰু ইছলাম বিৰোধী বুলি পৰিচিত। ইয়াৰ পূর্বেও বিভিন্ন ভাষণত প্রব্রজন সম্পর্কীয় সমস্যাক লৈ ব্রিটিছসকলক দৃষ্টি আকর্ষণৰ চেষ্টা কৰিছিল ৰবিনছনে।

তেওঁ দাবী কৰে যে এসময়ত যিসমূহ দেশ ইংৰাজৰ উপনিবেশ আছিল সেইসমূহ দেশৰ মানুহে এতিয়া বিনাদ্বিধাই লণ্ডনৰ পথে পথে ঘুৰি ফুৰিছে। শনিবাৰে সমদলতো এইসমূহ অভিযোগত সৰৱ হয় বিক্ষোভকাৰী। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত দেওবাৰে কমেও ৪০ জন লোকক গ্রেপ্তাৰ কৰা হৈছে।

শনিবাৰে লগুনৰ পথত সমদলকাৰী আৰু আৰক্ষীৰ মাজত হোৱা সংঘাতত কমেও ২৬ জন আৰক্ষী বিষয়া নিহত হয় বুলি কর্তৃপক্ষই সদৰী কৰিছে।

মুক্ত কণ্ঠৰ সমর্থনত এই সমদল বুলি কোৱা হৈছে যদিও মূলতঃ প্ৰব্ৰজন বিৰোধী আৰু মুছলিম বিৰোধী আছিল এই সমদল। ইউৰোপ আৰু আমেৰিকাৰো বহু সোঁপন্থীয়ে ধাৰণা কৰে যে উদাৰ সংবাদ মাধ্যম, আদালত আৰু কর্তৃপক্ষই সংখ্যালঘু আৰু শৰণাৰ্থীসকলৰ অধিকাৰ পক্ষত সৰৱ হয় আৰু কার্যব্যৱস্থা গ্রহণ কৰে।

তেওঁলোকৰ মতে শ্বেতাংগসকলৰ মুক্ত বাক স্বাধীনতাত চেন্সৰ আৰোপ কৰা হয়। অলপতে কাৰামুক্ত হোৱা ৰবিনছনে আদালতৰ আদেশ অমান্য কৰি কাৰাগাৰৰ বাহিৰলৈ আহিয়ে ছিৰিয়াৰ শৰণাৰ্থীসকলৰ বিৰুদ্ধে কটুক্তি কৰাত পুনৰ কাৰাবন্দী হ’বলগীয়া হয়। ছিৰিয়াৰ যুৱকসকলে ৰবিনছনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে যদিও তেওঁ ক্ষান্ত হোৱা নাছিল।

পৰিৱৰ্তে কাৰামুক্ত হৈয়ে সমদল উলিয়াব বুলি হুংকাৰ দিছিল। এই মর্মে শনিবাৰে আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি উলিওৱা বৃহৎ সমদলত ‘তেওঁলোকক স্বগৃহলৈ প্রেৰণ কৰক’, ‘আমাৰ দেশ আমাক ওভতাই দিয়ক’, ‘যথেষ্ট হৈছে, আমাৰ সন্তানক ৰক্ষা কৰক’, ‘জাহাজবোৰ বন্ধ কৰক’ আদি কঢ়িয়ায় যে প’ষ্টাৰ-প্লেকার্ড প্রতিবাদকাৰীয়ে। উল্লেখ্য যে, অকর্তৃত্বশীলভাৱে প্রব্রজনকাৰীয়ে জাহাজৰে ইংলিছ চেনেল অতিক্রম কৰি ব্রিটেইনৰ পাৰত থিয় দিয়াটো বিগত বহু বছৰ ধৰি দেশখনৰ এক মূল বিষয় হৈ আছে।

এই সমদলত আন্তঃৰাষ্ট্ৰীয় স্তৰৰ লোকেও বিভিন্ন ধৰণৰে অংশ লয়। আমেৰিকাৰ অর্বুদপতি এলন মাস্কেও ভিডিঅ’যোগে ব্রিটেইনত শাসক সলনিৰ আহ্বান জনায়। অতি সোঁপন্থীৰ ফৰাচী ৰাজনীতিক এৰিক জেম’ৰে কয়, ‘আমিও একে প্ৰক্ৰিয়াৰ বলি হৈছো। দক্ষিণ আৰু মুছলিম দেশসমূহৰ পৰা অহা মানুহে ইউৰোপীয়ানৰ স্থান লৈছে। আপোনালোক আৰু আমি আমাৰ পূৰ্বৰ উপনিৱেশসমূহৰ দ্বাৰা নিয়ন্ত্রিত হৈছো।’

উল্লেখ্য যে ৪২ বছৰীয়া স্টিফেন লেনন ওৰফে ৰবিনছনে ২০০৯৩ ইংলিছ ডিফেন্স লীগ নামৰে ‘কঠোৰপন্থী মুছলমান’ৰ বিৰুদ্ধে ৰাষ্ট্ৰীয়তাবাদী এটা গোট গঠন কৰিছিল। অতি সোনকালে লণ্ডনৰ পথত হিংসাত্মক প্রতিবাদ সাব্যস্ত কৰি এই সংগঠনটো পৰিচিত হৈ পৰে। তাৰ পাছৰে পৰা অৱশ্যে ইয়াক সম্পূর্ণরূপে ভংগ কৰি দিয়া হয়। এক সাক্ষাৎকাৰত ৰবিনছনে কয় যে তেওঁ কঠোৰপন্থী মুছলমানসকলৰ বিৰোধিতা কৰে যিসকলে লণ্ডনৰ সংস্কৃতি সলনি কৰিছে।

বহুবাৰ কাৰাবন্দী হোৱা এই নেতাজনে শেহতীয়া বছৰবোৰত অনলাইন প্ৰচাৰৰে বিপুল জনপ্রিয়তা অর্জন কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ তেওঁক এলন মাস্ক আৰু স্টিভ বেননৰ দবে খ্যাতিসম্পন্ন লোকে সমর্থন যোগাই আহিছে। সম্প্রতি ৰবিনছন ব্রিটেইনৰ সৰ্বাধিক জনপ্রিয় অতি সোঁপন্থী মুখ হৈ পৰিছে।

মনকৰিবলগীয়া যে প্রব্রজন বিৰোধী শ্ল’গানৰ প্ৰতিবাদত বিপক্ষৰ শ্ল’গানত কোৱা হৈছে শৰণাৰ্থীক স্বাগতম, অতি দক্ষিণপন্থী নিপাত যাওক, যুঁজ দিয়ক, এৰি নিদিব আদি।এই প্রতিবাদত ৰবিনছনৰ স’তে কোন দেশক লক্ষ্য কৰিছে সেয়া বাজহুৱা কৰা হোৱা নাই যদিও এসময়ত ব্রিটেইনৰ উপনিৱেশ থকা বাষ্ট্রসমূহ যে তেওঁলোকৰ লক্ষ্য সেয়া স্পষ্ট কৰিছে। মূলতঃ দক্ষিণ এছিয়া আৰু মুছলমান অধ্যুষিত ৰাষ্ট্ৰসমূহলৈ আঙুলি বিক্ষোভকাৰীসকলে। টোঁৱাইছে

ভাৰতীয় খাদ্য ক্রয় কৰি বিপদত প্রতিবাদকাৰী

প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে সমদল কৰাৰ সময়তে লণ্ডনত একাংশ প্রতিবাদকাৰীয়ে জনপ্রিয় ভাৰতীয় মুখৰোচক খাদ্য ক্ৰয় কৰিবলৈ থমকি বয় ভিডিঅ’ সামাজিক মাধ্যমৰ জৰিয়তে ব্যাপকভাবে প্রচাৰিত হৈছে। একাংশ প্রতিবাদকাৰীয়ে এইদৰেও সামাজিক মাধ্যমত লিখিছে, ‘ভাৰতীয়ৰ বিৰুদ্ধে প্রতিবাদ কৰিবলৈ যোৱাৰ পাছত মই কিছু প্রিয় ভাৰতীয় খাদ্য খাই লওঁ।’

লগুনৰ পথত উপলব্ধ ব্রিটিছৰো প্রিয় খাদ্য যেনে ‘অনিয়ন (পিঁয়াজ) ভাজি’, ‘চিঙবা’, ‘বিৰিয়ানি’, ‘নান কটিৰ বোল’ আদিকে ধৰি খাদ্যৰ সোৱাদ ল’বলৈ পাহৰা নাছিল প্রতিবাদকাৰী।

কঠোৰ ষ্টেমাৰ

ব্রিটেইনৰ প্রধানমন্ত্রী কিয়েৰ ষ্টেমাৰে সকীয়াই দিয়ে যে দক্ষিণপন্থী বিক্ষোভকাৰীৰ ওচৰত আত্মসমর্পণ নকৰে ব্রিটেইনে। তেওঁ কয়, ‘কিছুমানে ব্রিটেইনৰ পতাকাক হিংসা, আতংক আৰু বিভাজনৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিব বিচাৰে। কিন্তু ব্রিটেইনে তেওঁলোকৰ ওচৰত পতাকা সমর্পণ নকৰে।’

তেওঁ কয় যে ব্রিটেইনৰ পতাকাখন দেশৰ বৈচিত্র্যৰ প্রতিনিধি আৰু কোনেও যাতে ইয়াৰ অতীত আৰু বৰ্ণৰ বাবে ভয় দেখুৱাবলৈ ব্যৱহাৰ কৰিব নোৱাৰে সেয়া নিশ্চিত কৰা হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: LondonProtest
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d