Lanslide In Arunacal Chatai:
দেওবাৰৰ পৰা অসমৰ কেতবোৰ অঞ্চলৰ লগতে চুবুৰীয়া অৰুণাচলতো অব্যাহত আছে বৃষ্টিপাত ৷ পাহাৰীয়া ৰাজ্য খনত হৈ থকা নেৰানেপেৰা বৰষুণৰ মাজতে সংঘটিত হয় এক ভূমিস্খলনৰ ঘটনা ৷ শোণিতপুৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চটাইত সংঘটিত হোৱা ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰে বালিপাৰাৰ পৰা ভালুকপুঙলৈ যোৱা ৰে’ল পথ৷।পাহাৰৰ মাটি খহি বন্ধ হৈ পৰিল চটাইস্থিত ৰে’ল পথছোৱা ৷ প্ৰৱল বৃষ্টিপাতৰ বাবে মুকলি কৰিবৰ পৰা নাই ৰে’ল পথছোৱা ৷
ADVERTISEMENT
































