Bokaghat:বোকাখাতত অঘটন !

বনৰীয়া হাতীৰ আক্ৰমণত গুৰুত্বভাৱে আহত এজন স্পেচিয়েল ৰাইনো পট্ৰেক্চন ফ'চৰ জোৱান

BOKAGHAT

Bokaghat:

বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ আনন্দ উছাহৰ মাজতে বোকাখাতত নিশা সংঘটিত হয় এক অঘটন। পানবাৰীত বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এজন স্পেচিয়েল ৰাইনো পট্ৰেক্চন ফ’চৰ জোৱান । নিশাই সংকটজনক অৱস্থাত যোৰহাট মেডিকেল কলেজ হস্পিতালত ভৰ্তি কৰা  হয় জোৱান গৰাকীক। বনৰীয়া হাতীৰ গচকত বুকুৰ চাৰিডাল হাঁড় আৰু হাত ভাঙিছে জোৱান গৰাকীৰ ।

Exit mobile version