Drugs Seized in Cachar: কাছাৰ আৰক্ষীৰ অভিযানত আটক কুখ্যাত ড্ৰাগছ মাফিয়া

জব্দ ১২ কোটি টকাৰ য়াবা টেবলেট

cachar 1

Drugs Seized in Cachar:

ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীয়ে কঠোৰস্থিতি গ্ৰহণ কৰি অহাৰ মাজতে বৃহস্পতিবাৰে নিশা কঠাল বাইপাছৰ কঁঠালবস্তিত কাছাৰ আৰক্ষীৰ অভিযানত জব্দ হয় ৪০,০০০ হেজাৰ য়াবা টেবলেট ৷ এই সংক্ৰান্তত আটক কৰা হয় বৰাকৰ কুখ্যাত ড্ৰাগছ মাফিয়া দিলৱাৰ হুছেইনক ৷ উল্লেখ্য যে জব্দকৃত টেবলেট খিনিৰ মূল্য প্ৰায় ১২কোটি হ’ব বুলি অনুমান কৰিছে কাছাৰ আৰক্ষীয়ে ।

Exit mobile version