ZUBEEN GARG:
হাৰ্টথ্ৰৱ জুবিন গাৰ্গ দুৰ্ঘটনাপতিত ৷ ছিংগাৰপুৰৰ সাগৰত পেৰাগ্লাইডিং কৰি থকা সময়ত পৰে সমুদ্ৰত ৷ গুৰুতৰভাৱে অচেতন হৈ পৰা জনপ্ৰিয় কন্ঠ শিল্পী গৰাকীক ছিংগাপুৰ আৰক্ষীৰ এটা দলে অচেতন অৱস্থাত উদ্ধাৰ কৰি ততাতৈয়াকৈ ভৰ্তি কৰে এখন ব্যক্তিগত চিকিৎসালয়ত ৷ বৰ্তমান চিকিৎসালয় খনৰ ICU ত ৰখা হৈছে হাৰ্টথ্ৰৱ গৰাকীক ৷ উল্লেখ্য যে ,প্ৰথমবাৰৰ বাবে ছিংগাৰপুৰত আয়োজন কৰা নৰ্থ ইষ্ট ফেষ্টিভেলত যোগদানৰ বাবে গৈছিল জুবিন গাৰ্গ ৷
