গ্ৰেপ্তাৰ হ’ল জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ মূল অভিযুক্ত 

IMG 20251001 100256

Zubeen Garg:✒️অৱশেষত গ্ৰেপ্তাৰ হ’ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক ঘটনাৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। দুয়োকে অসম আৰক্ষীয়ে গুৰগাঁৱৰ পৰা পৰা গ্ৰেপ্তাৰ কৰিছে ৷

বুধবাৰে পুৱাৰে পৰা বৰঝাৰৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত গঢ়ি তোলা হয় আৰক্ষী, অৰ্ধ সামৰিক বাহিনী আৰু ৰেপিড এক্সন ফ’ৰ্চৰ কটকটীয়া নিৰাপত্তা ৷

দুয়োকে এখন বুলেটপ্ৰুফ বাহনত তুলি আৰক্ষীৰ দল বৰঝাৰৰ পৰা পোনে পোনে ৰাওনা হয় গীতা নগৰত অৱস্থিত মুখ্য ন্যায়িক দণ্ডাধীশৰ বাসগৃহলৈ ৷

চি আই ডিয়ে দুয়োকে ১৪ দিনৰ বাবে নিজৰ জিম্মাত লয় ৷

Exit mobile version