ছদিন ধৰি জেৰাৰ অন্তত আজি গ্ৰেপ্তাৰ হয় শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত

IMG 20251002 221118

Zubeen Garg:✒️অৱশেষত ছদিন ধৰি জেৰাৰ অন্তত আজি SIT য়ে গ্ৰেপ্তাৰ কৰে শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত।

ছিংগাপুৰত জুবিনৰ আকস্মিক মৃত্যুৰ সময়ত য়টত আছিল দুয়োগৰাকী।

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ গোচৰত এই পৰ্যন্ত চাৰিজনক গ্ৰেপ্তাৰ।

উল্লেখ্য যে, ১৯ ছেপ্টেম্বৰৰ জুবিন গাৰ্গৰ সাগৰত সাঁতুৰি থকা ভিদিঅ’নিজ ম’বাইলত ৰেৰ্কড কৰিছিল অমৃতপ্ৰভাই।

Exit mobile version