Zubeen Garg:জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত সংযোজন বিএন এছ ১০৩ ধাৰা

বিএন এছ ৰজু হোৱা ১৮/২৯২৫ ৰ হত্যাকাণ্ডৰ গোচৰত সংযোগ

tt

Zubeen Garg:

হাৰ্টথব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাত ইতিমধ্যে চিআইডিত ৰজু হোৱা ১৮/২৯২৫ নম্বৰ গোচৰত নতুনকৈ সংযোজন কৰা হ’ল বিএন এছ ১০৩ ধাৰা ৷ এই ধাৰা হত্যাকাণ্ডৰ ক্ষেত্ৰত প্ৰযোজ্য হয় ৷ চিআইডিয়ে নতুনকৈ সংযোজন কৰে উল্লিখিত ধাৰাটো ৷ উল্লেখ্য যে ইতিমধ্যেই একেটা গোচৰত আছিল বিএন এছৰ ধাৰা সংযোজিত আছিল ৬১(২),১০৫,১০৬(১) ৷
Exit mobile version