Zubeen Garg Post mortem report: জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰদান গৰিমা শইকীয়া গাৰ্গক

এছআইটিৰ তদন্তকাৰী বিষয়া মৰমী দাসে প্ৰদান কৰে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন

zuu

Zubeen Garg Post mortem report:

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আজি গৰিমা শইকীয়া গাৰ্গক তেওঁৰ বাসগৃহত প্ৰদান কৰা হয় ৷ এছআইটিৰ তদন্তকাৰী বিষয়া মৰমী দাসে প্ৰদান কৰে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৷

উল্লেখ্য যে জুবিন অনুৰাগী সহ দল- সংগঠনৰ বিপুল দাবীত ৰাইজৰ অসম চৰকাৰে গৰিমা শইকীয়া গাৰ্গৰ অনুমতিত জিএমচিএইছত সম্পন্ন কৰিছিল জুবিন গাৰ্গ মৰণোত্তৰ পৰীক্ষা। অৱশ্যে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা সন্দৰ্ভ সিদ্ধান্ত ল’ব গৰিমাই। স্মতৰ্ৱ্য যে ২ অক্টোবৰত গৰিমা শইকীয়া গাৰ্গক দিয়া হৈছিল জুবিন গাৰ্গৰ ছিংগাপুৰত কৰা মৰনোত্তৰ পৰীক্ষাৰ ৰিৰ্পট ৷

Exit mobile version