Arrested for taking bribe:
উৎকোচ লৈ ইজনৰ পিছত সিজনকৈ চৰকাৰী বিষয়া – কৰ্মচাৰী দুর্নীতি নিবাৰকৰ জালত পৰাৰ পিছতো শিকনি হোৱা নাই একাংশ বিষয়া – কৰ্মচাৰী ৷
নগাঁৱত উৎকোচ লৈ হাতেলোটে আটক নগাঁৱৰ ৰাষ্ট্ৰীয় আয়ুস মিছনৰ জিলা প্রকল্প বিষয়া শ্ৰৱণ বৰা ৷ এজন চিকিৎসকৰ পৰা ২০ হাজাৰ টকা উৎকোচ লওতেই পূৰ্বৰে পৰা খাপপিটি থকা দুর্নীতি নিবাৰকৰ দলে আটক কৰে ৷ আটকাধীন শ্ৰৱণ বৰাক অধিক জেৰাৰ বাবে দুর্নীতি নিবাৰক শাখাই গুৱাহাটীলৈ অনাৰ ব্যৱস্থা সম্ভাৱনা আছে ৷
ADVERTISEMENT




































