Shyamkanu Mahanta :
ছিংগাপুৰত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু গোচৰত ১৪ দিনৰ বাবে চিআইডিৰ লকআপৰ আলহী হৈ থকা নৰ্থ ইষ্ট ফেষ্টিভেলৰ হোতা শ্যামকানু মহন্তৰ বিৰুদ্ধে কঠোৰস্থিতি গ্ৰহণ কৰিছে এছআই টিয়ে ৷ ফ্রীজ কৰা হৈছে শ্যামকানুৰ ১২টাকৈ বেংক একাউন্ট ৷ ফ্রীজ কৰা সাতটা একাউণ্ট এইছডিএফচি বেংকৰ ৷ ইতিমধ্যে ১২টা বেংক একাউণ্টৰ ষ্টেটমেন্ট সংগ্ৰহ কৰি এছ আইটিয়ে তন্নতন্নকৈ পৰীক্ষা কৰিছে ৷
আন এক খবৰ অনুসৰি ফেষ্টিভেল মহন্তৰ পাৰ্চপৰ্ট প্ৰত্যাহাৰ কৰাৰ বাবে এছ আইটিয়ে যোগাযোগ কৰিছে দেশৰ বৈদেশিক মন্ত্ৰনালয়ৰ স’তে ৷
ADVERTISEMENT




































