Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

টকাবোৰ ক’লৈ গ’ল! মেনেজাৰ সিদ্ধাৰ্থৰ পৰা হিচাপ আল’বলৈ সাজু হৈছিল জুবিন

publisher by publisher
October 10, 2025
in News, Assam
Reading Time: 1 min read
0
টকাবোৰ ক’লৈ গ’ল! মেনেজাৰ সিদ্ধাৰ্থৰ পৰা হিচাপ আল’বলৈ সাজু হৈছিল জুবিন
2
SHARES
17
VIEWS
ShareShareShareShare

Zubeen Garg:✒️জুবিন গাৰ্গক হত্যাৰ অভিযোগৰ অন্তৰালত বিত্তীয় লেনদেনৰ দিশটোরে চলিত তদন্ত প্রক্রিয়াত বিশেষ গুৰুত্ব লাভ কৰিছে। এছআইটি এই কথাত নিশ্চিত হৈছে যে বিত্তীয় দিশত জুবিনৰ লগত মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ মনোমালিন্যই ক্রমে গুৰুতৰ ৰূপ লৈছিল। জুবিন ধনৰ বিষয়ক লৈ উদাসীন আছিল।

ADVERTISEMENT

শেহতীয়াকৈ বিষয়টোত জুবিনে মন দিবলৈ বাধ্য হৈছিল। তেতিয়াই সিদ্ধার্থৰ বহু কথাক লৈ জুবিনৰ আপত্তি বৃদ্ধি পাইছিল। সেই কাৰণে বিত্তীয় দিশটো নিজেই পৰীক্ষা কৰিব বুলি ঘনিষ্ঠ কে’ৰাজনৰ আগত প্রকাশ কৰিছিল এনে কাৰণতে জুবিনক ছিংগাপুৰলৈ নি কৌশলবে অবজ্ঞা কৰিছিল নেকি সিদ্ধার্থই?

RelatedPosts

মৃত্যুৰ পূৰ্বে একেখিনি কথাই কয় সকলোৱে!

ডাম্বলৰে মূৰত আঘাত, অতিসংখ্যক ৰক্তপাত

Majuli:মাজুলীত বিহ দি পৰিভ্ৰমী পক্ষী নিধন

এই ক্ষেত্রত সিদ্ধার্থৰ সহযোগীও আছিল নেকি কোনোবা? ইয়াৰ অনুসন্ধানো চলিছে এছআইটিত। নর্থ-ইষ্ট ফেস্টিভেলৰ মূল উদ্যোক্তা শ্যামকানু মহন্তকো হত্যাৰ অভিযোগত গ্রেপ্তাৰ কৰা হৈছে। জুবিন গাৰ্গৰ হত্যাৰ অভিযোগত সিদ্ধার্থ আৰু শ্যামকানু একেলগে গ্ৰেপ্তাৰ হোৱাটো তাৎপর্যপূর্ণ।

কালি এছআইটিৰ লগতে সাংবাদিকৰ আগতো জুবিনৰ ঘনিষ্ঠ ব্যৱসায়ী বংকিম চন্দ্র বায়মেধিয়ে কয় যে খাৰঘুলিৰ মাটি এটুকুৰা কিনিব বিচাৰি যেতিয়া টকাৰ অভাৱত ভূগিছিল, তেতিয়া তেওঁ জুবিনক টকা-পইচাৰ দিশটোত মন দিবলৈ আহ্বান জনাইছিল। ৰায়মেধিয়ে কয়, ‘জুবিনে যেতিয়া প্রয়োজন হোৱা টকা নাই বুলি কৈছিল, তেতিয়া মই কৈছিলো-তোমাৰতো টকা থাকিব লাগিছিল? তুমি অলপ চোৱা উচিত। জুবিনে তেতিয়া মোক টকাৰ হিচাপ-নিকাচ চাব বুলি কৈছিল। জুবিনৰ টকা-পইচাৰ হিচাপ নাছিল। কথাবোৰ বহুতে আহি আমাক কয়।

যোৱা ডিচেম্বৰৰ আগত জুবিনক মই এই কথাটোও কৈছিলো। তেতিয়া জুবিনে কৈছিল- এদিন বহি হিচাপ-নিকাচ কৰি ল’ম।’ টকাবোৰ ক’লৈ গ’ল বুলি জুবিনে প্রশ্ন কৰাৰ কথা ৰায়মেধিয়ে এছআইটিৰ আগত সদৰী কৰে বুলি সূত্ৰত প্রকাশ। বায়মেধিয়েও জুবিনৰ ন্যায় দাবী কৰে।

আজি এছআইটিয়ে বক্তব্য লিপিবদ্ধ কৰে শব্দযন্ত্রী তথা জুবিনৰ পৰিয়ালৰ ব্যক্তি দিগন্ত শৰ্মাৰ। জুবিনৰ মৃত্যুক লৈ তেওঁ কে’বাটাও প্রশ্ন কৰে। শৰ্মাই কয়, ‘জুবিন আমাৰ বুকুৰ মানুহ। সি ঢুকাল বুলি মই ক’ব নোৱাৰো। আমি এটা পৰিয়ালৰ মানুহ। আমি জুবিনক জীয়াই ৰাখিবই লাগিব। জুবিনে ন্যায় নাপায়, কাৰণ ন্যায় পাবলৈ জুবিন আমাৰ মাজত নাই; কিন্তু আমি কথাবোৰ জানিব লাগিব। ঘটনাটো প্রকৃততে কি আছিল, কেনেকৈ সি হেৰাই গ’ল, আমি জানিব লাগিব।’

জুবিনৰ মৃত্যুক লৈ প্ৰচাৰ হোৱা ভিডিঅ’বোৰৰ বাহিৰেও আৰু ভিডিঅ’ থকা বুলি দিগন্ত শর্মাই কয়। বাকী ভিডিঅ’বোৰ ক’লৈ গ’ল বুলি প্রশ্ন কৰি শৰ্মাই স্পষ্ট কৰি দিয়ে যে সম্পূর্ণ অৱজ্ঞাত জুবিন গাৰ্গ চিৰদিনলৈ হেৰাই গ’ল। তেওঁ কয়, ‘আমি জুবিনৰ এনে পৰিণতি হ’বলৈ নিদিলোহেঁতেন। কাৰণ আমি জানো জুবিনৰ বিপদ ক’ত আছে? সি পানী-জুইৰ ওচৰলৈ যাব নোৱাৰে। বাথৰূমলৈ গ’লেও সি ভিতৰৰ পৰা দৰ্জা নামাৰে। তেনেস্থলত তাক বাৰে বাৰে পানীত নমোৱা হ’ল। চূড়ান্ত অৱজ্ঞাৰ বলি হ’ল জুবিন।’

ইপিনে, কালি এছআইটিৰ সম্মুখত দ্বিতীয়বাৰলৈ হাজিৰ হয় নর্থ-ইষ্ট ফেস্টিভেলৰ জনসম্পৰ্কৰক্ষী বিষয়া অনুজ কুমাৰ বৰুৱা। আজি বৰুৱাৰ ভাষ্যত স্পষ্ট হয় যে জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো শ্যামকানুরে নর্থ-ইষ্ট ফেস্টিভেলৰ কাৰ্যসূচী অব্যাহত ৰাখিছিল। আনকি ছিংগাপুৰৰ ভাৰতৰ উচ্চায়ুক্তৰ কাৰ্যালয়েও নর্থ-ইষ্ট ফেস্টিভেলৰ কাৰ্যসূচী বন্ধ হোৱা বুলি ঘোষণা কৰিছিল। তাৰ পাছতো ফেশ্বন শ্ব’ৰ দৰে বিনোদনধর্মী কাৰ্যসূচী ৰূপায়ণ কৰাটো পৰৱৰ্তী সময়ত বৰুৱাই ভিডিঅ’ত দেখিবলৈ পাইছিল বুলি সদৰী কৰে।

কালি ন্যায়িক তদন্ত আয়োগৰ আগত ভাষ্য প্রদান কৰে জুবিনৰ বাদ্যযন্ত্রী পার্থপ্রতিম গোস্বামীয়ে। ইয়াৰ বাবে চিআইডিৰ কাৰ্যালয়ত উপস্থিত হৈ গোস্বামীয়ে কয়, ‘পিশাচকেইটাই শাস্তি পাবই লাগিব। কোনো অধিবক্তাই যাতে পিশাচকেইটাক বচাবলৈ চেষ্টা নকৰে, তাৰ বাবে মই হাতযোৰ কৰিছো।’

পুনৰ চমন জাৰি

জুবিন গাৰ্গৰ লগত য়টত থকা সাতজন প্রবাসী অসমীয়াক কালি পুনৰ এছআইটিয়ে হাজিৰ হোৱাৰ চমন জাৰি কৰে। ইয়াৰ পূৰ্বে আঠজনক চমন দিছিল। তাৰে ৰূপকমল কলিতাই দুদিন এছআইটিৰ সম্মুখীন হৈ আজি ছিংগাপুৰলৈ উভতি যায়। পুনৰ চমন জাৰি কৰা কেইজন হ’ল তন্ময় ফুকন, অভিমন্যু তালুকদাৰ, দেৱজ্যোতি শইকীয়া, সিদ্ধার্থ বৰা, পৰীক্ষিত শর্মা, সুদীপ চেটার্জী, বাজিদ আহমেদ।

আনহাতে, কালি নতুনকৈ চমন জাৰি কৰে সুস্মিতা গোস্বামী নামৰ এগৰাকী যুৱতীক। ছিংগাপুৰত অধ্যয়ন কৰি থকা যুৱতীগৰাকীয়েও য়টখনত আছিল। জুবিনক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অমৃতপ্রভা মহন্তৰ লগতে সুস্মিতা গোস্বামীয়েও সেইদিনাৰ ঘটনাৰ ভিডিঅ’ কৰিছিল।

এছআইটিৰ কামক লৈ অসন্তুষ্টি মানৱ অধিকাৰ আয়োগৰ সদস্যৰ

জুবিন গাৰ্গৰ হত্যাৰ তদন্ত এছআইটিয়ে যি ধৰণে অব্যাহত ৰাখিছে, তাকে লৈ অসন্তুষ্টি প্রকাশ কৰিছে, অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ সদস্য শান্তনু ভৰালীয়ে। ৰাজ্যিক বিজেপিবো এজন জ্যেষ্ঠ নেতা ভৰালীয়ে আজি এই সন্দর্ভত কে’বাটাও মন্তব্য কৰে।

তেওঁ কয়, ‘ঘটনা সংঘটিত হোৱা আজি ২১ দিন পাৰ হ’ল। অথচ তদন্তকাৰী দল ঘটনা সংঘটিত হোৱা স্থানলৈ যোৱা নাই। ঘটনা সংঘটিত কৰা স্থানত তদন্ত কৰাটো তদন্ত প্রক্রিয়াৰ এটা মূল বিষয়। ইতিমধ্যে তদন্তকাৰী দল সেই স্থানলৈ যাব লাগিছিল। পৃথিৱীত এনে কোনো আইন নাই যে এটা হত্যাকাণ্ডৰ তদন্তৰ ক্ষেত্ৰত কোনো দেশে সহযোগ নকৰিব। তাতে ছিংগাপুৰ হ’ল ভাৰতৰ বন্ধু ৰাষ্ট্ৰ।’

ভৰালীয়ে আশংকা প্রকাশ কৰে যে ঘটনা সংঘটিত হোৱা স্থানলৈ তদন্তকাৰী দল নগ’লে জুবিন গাৰ্গৰ ন্যায় প্রাপ্তি কিমান ফলপ্রসূ হ’ব, সেয়া সময়তহে স্পষ্ট হ’ব। আকৌ বিহপান কৰাই জুবিনক হত্যা কৰাৰ যি অভিযোগ এজন অভিযুক্তই উত্থাপন কৰিছে, সেই বিষয়ত এজন অধিবক্তাও হোৱাৰ অভিজ্ঞতাৰে ভৰালীয়ে কয় যে এই অভিযোগ প্রমাণ কৰিবলৈ হ’ল আদালতত বিহ দিয়া পাত্ৰ আৰু খাদ্যৰ সবিশেষ দাখিল কৰিব লাগিব। তদুপৰি ফৰেনচিকৰ প্ৰতিবেদনো লাগিব। অন্যথা আদালতৰ মজিয়াত এই অভিযোগ প্রমাণিত নহ’ব। তাৎপর্যপূর্ণভাৱে ভৰালীয়ে কয়, ‘মৃত্যুৰ ৰহস্য কল্পনা কৰি তদন্ত কৰাটো সম্ভৱ নহয়।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DeathMysteriousZubeen Garg
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d