Uzan Bazar:
মহানগৰীৰ উজান বজাৰত শুকুৰবাৰে সংঘটিত হয় ভয়ংকৰ ঘটনা ৷ হঠাতে পথৰ ওপৰত হোহোৱাই বাগৰি পৰে এডাল প্ৰকাণ্ড গছ ৷ সেই সময়ত পথদি যোৱা আৰু পথৰ কাষত ৰৈ থকা বাহনত বাগৰি পৰাৰ ফলত ক্ষতিসাধন হয় বাহন কেইখনৰ। অৱশ্যে কোনো হানিবিঘিণি নোহোৱাকৈ ৰক্ষা পৰে আৰোহী ৷ উজান বজাৰৰ নিৰ্মীয়মান পাৰ্কৰ সমীপত হয় এই ঘটনা সংঘটিত হয় ৷
