Zubeen khetra:জুবিন সমাধিক্ষেত্ৰত লগুণ চিঙি বিপদত চান ভাগৱতী !

যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল শিৱসাগৰ আৰু গুৱাহাটীত

la2

Zubeen khetra:

হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ আজি ২৫ টা দিন। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত ৰাজ্যৰ সবত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ মাজতে সোণাপুৰস্থ জুবিনক্ষেত্ৰত চান ভাগৱতী নামৰ যুৱকজন উপস্থিত হৈ ৰাজহুৱাকৈ নিজৰ লগুণ ছিঙি দলিয়াই দিছিল ৷ এই কাণ্ডক লৈ ৰাজ্যৰ চৌদিশে বিৰূপ প্ৰতিক্ৰিয়া পিছত গুৱাহাটী আৰু শিৱসাগৰত তেওঁৰ বিৰুদ্ধে থানাত দাখিল কৰা হৈছে এজাহাৰ ।
শিৱসাগৰত চান ভাগৱতীৰ বিৰুদ্ধে যদুমণি শর্মা নামৰ যুৱকজনে এজাহাৰ দাখিল কৰাৰ বিপৰীতে গুৱাহাটীৰ হাতীগাঁও থানাত দাখিল কৰা হৈছে আন এখন এজাহাৰ ৷ এনেক্ষেত্ৰত লগুণ ছিঙা  চান ভাগৱতী আইনৰ আওতাত পৰাটো নিশ্চিত হৈ পৰিল I
Exit mobile version