CM Meeting :
নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকা অৱস্থাত ১৬ অক্টোবৰত বিজেপিৰ বিধায়ক- সাংসদৰ বিশেষ বৈঠক আহ্বান কৰিছে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই। ১৬ অক্টোবৰৰ সন্ধিয়া ৬ বজাত দিছপুৰস্থিত লোকসেৱা ভৱনত অনুষ্ঠিত হ’বলগীয়া বৈঠকত বিজেপিৰ সকলো বিধায়ক আৰু সাংসদক উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হৈছে ৷
বৈঠকত অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ অগ্ৰগতি আৰু জুবিন অনুৰাগীয়ে শীৰ্ঘেই জনোৱা ন্যায়ৰ দাবীৰ বিষয়টোৰ সম্পৰ্কত আলোচনা হোৱাৰ সম্ভাৱনা ৷ADVERTISEMENT




































