বাকসাত কাৰাগাৰৰ সন্মুখত অনিয়ন্ত্রিত হৈ পৰিছে পৰিস্থিতি

IMG 20251015 151239

Zubeen Garg:✒️প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ স’তে জড়িত থকা পাঁচ অভিযুক্তক বাকসা জিলা কাৰাগাৰলৈ নিয়াৰ পাছতে ক্ষোভত জ্বলিছে জুবিন অনুৰাগী।

কাৰাগাৰলৈ নিয়াৰ পাছতে বাকসাত অনিয়ন্ত্রিত হৈ পৰিছে পৰিস্থিতি ।বাকসাত ভয়ংকৰ গুলীচালনা ।

অনুৰাগীৰ শিলগুটি নিক্ষেপত আহত বহু আৰক্ষী আৰু সাংবাদিক । ক্ৰমাৎ কাৰাগাৰৰ সন্মুখত ভয়ংকৰ পৰিস্থিতি ৰূপ লৈছে।

পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰক্ষীৰ গুলীচালনা আৰু কন্দুৱা গেছ নিক্ষেপ।

Exit mobile version