Charan Boro: নতুন মন্ত্ৰী চৰণ বড়োক পৰিবহণ বিভাগৰ দায়িত্ব

পূৰ্বে পৰিবহণ বিভাগৰ দায়িত্বত আছিল মন্ত্ৰী যোগেন মহন

charan boro

Charan Boro:

শনিবাৰে পুৱা মন্ত্ৰী হিচাপে শপত লোৱা বিপিএফৰ মাজবাটৰ বিধায়ক চৰণ চৰণ বড়োক দিয়া হয় পৰিবহণ বিভাগৰ দায়িত্ব ৷ পূৰ্বে এই বিভাগৰ দায়িত্ব আছিল মন্ত্ৰী যোগেন মহন ৷ আনহাতে মন্ত্ৰী যোগেন মোহনক দিয়া লোকনির্মাণ (পথ), ৰাষ্ট্ৰীয় ঘাইপথৰ দায়িত্ব দিয়া হয় ৷এই দুয়োটা বিভাগ আছিল মুখ্যমন্ত্ৰীৰ হাতত ৷
Exit mobile version