CID HQ:চিআইডি হেড কোৱাৰ্টাৰত NK প্রডাকশ্যনৰ মুৰব্বী দেব বৰকটকী

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত এছআইটিক দিলে ভাষ্য

NK

CID HQ:

ছিংগাপুৰত ৰহস্যজনকভাৱে মৃত্যু হোৱা আদৰৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত অব্যাহত ৰাখিছে এছআইটি- এ ৷
ইতিমধ্যে ইজনৰ পিছত সিজনকৈ জুবিনৰ ঘনিষ্ঠই এছআইটিক প্ৰদান কৰিছে ভাষ্য ৷ সোমবাৰে চিআইডি কোৱাৰ্টাৰত উপস্থিত হয় NK প্রডাকশ্যনৰ মুৰব্বী দেব বৰকটকী। বৰকটকীৰ পৰা এছ আই টিয়ে গ্ৰহণ কৰে ভাষ্য ৷
উল্লেখ্য যে,হাৰ্টথ্ৰৱ জুবিন গাৰ্গে সংগীতৰ যাত্ৰা আৰম্ভ কৰাৰ সময়ৰে পৰা অতি ঘনিষ্ঠ সম্পৰ্ক আছিল এন কে প্ৰডাকচন মুৰব্বী গৰাকীৰে ।

Exit mobile version