Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Opposition tribute ceremony:এছআইটিয়ে শ্যামকানুৰে মুখ্যমন্ত্ৰীৰ সম্পৰ্ক লুকুৱাবলৈ কাম কৰা বুলি ৰাইজৰ সন্দেহ

জুবিনলৈ ৰাজ্যজুৰি কংগ্ৰেছৰ শ্রদ্ধাঞ্জলি বিৰোধীৰ শ্ৰদ্ধাৰ্য্য ন্যায় বিচাৰি যাত্রা অব্যাহত থাকিব: গৌৰৱ

publisher by publisher
October 20, 2025
in Assam
Reading Time: 1 min read
0
Opposition tribute ceremony:এছআইটিয়ে শ্যামকানুৰে মুখ্যমন্ত্ৰীৰ সম্পৰ্ক লুকুৱাবলৈ কাম কৰা বুলি ৰাইজৰ সন্দেহ
1
SHARES
6
VIEWS
ShareShareShareShare

 Opposition tribute ceremony:

বিশ্বজুৰি থকা অগণন অনুৰাগীৰ তপত চকুলোৰ মাজতে জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্রয়াণৰ দেওবাৰে এমাহ পূর্তি হ’ল। এই উপলক্ষে নাম-প্রসংগ, সর্বধর্ম প্রার্থনা সভা আদিৰে শিল্পীগৰাকীলৈ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠন আদিয়ে শ্রদ্ধাঞ্জলি জনায়। এনে পৰিৱেশত শিল্পীগৰাকীৰ ন্যায় প্রদানৰ প্ৰৱল দাবীও উত্থাপন হয়।

ADVERTISEMENT

কংগ্রেহকে ধৰি বিৰোধী দলসমূহে যৌথ তথা এককভাৱেও শ্রদ্ধাঞ্জলি তথা শিল্পীগৰাকীক ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰি অনুষ্ঠানৰ আয়োজন কৰে। যোৱা ১১ ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনক পৰিৱেশত বিয়োগ ঘটা জনতাৰ প্ৰাণৰ শিল্পী জুবিনৰ ন্যায় বিচাৰি যাত্রা অব্যাহত ৰখাৰো সংকল্প লৈছে কংগ্রেছে। দেওবাৰে শিল্পীগৰাকীৰ প্রয়াণৰ এমাহ পূর্তি উপলক্ষে দলে ৰাজ্যজুৰি তেওঁলৈ শ্রদ্ধাঞ্জলি জনায়। এই উপলক্ষে নাম-প্রসংগ, সর্বধর্ম প্রার্থনা সভা আদিৰো আয়োজন কৰা হয়। গুৱাহাটীত আয়োজিত শ্রদ্ধাঞ্জলি অনুষ্ঠানত ভাষণ দি প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰে থকাসৰকা কৰে। তেওঁ কয়, ‘মুখ্যমন্ত্রীয়ে যি এছআইটি গঠন কৰিছে সেই এছআইটিয়ে শ্যামকানু মহন্ত আৰু মুখ্যমন্ত্ৰীৰ সম্পর্ক লুকুৱাবলৈ কাম কৰা বুলি ৰাইজে সন্দেহ কৰিছে। এই ক্ষেত্ৰত ৰাইজে এছআইটিৰ কাম-কাজতো তীক্ষ্ণ দৃষ্টি ৰাখিব।

RelatedPosts

Zubeen garg birth Anniversary:শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰৰ উদ্যোগত প্রসিদ্ধ শিল্পী জুবিন গাৰ্গৰ জন্মদিনত বিশেষ অনুষ্ঠান “মায়াবিনী ৰাতিৰ বুকুত

Nalabari Sri Sri Hari Mandir :জুবিনলৈ শ্রদ্ধাঞ্জলি: ১০ সহস্রাধিকে চকুলো টুকি গালে ২০ কালজয়ী গীত

SIT Pressmeet: বিএনএছএছ ৰ সময়সীমা অনুসৰিয়ে এছআইটিয়ে আদালতত দাখিল কৰিব চাৰ্জছীট :মুন্না প্ৰসাদ গুপ্তা

মানবেন্দ্র শর্মা ক্ষেত্রত অনুষ্ঠিত এই অনুষ্ঠানত গগৈয়ে লগতে কয় যে শিল্পী জুবিনৰ পুণ্যাত্মাই অসমৰ ৰাইজক একত্রিত কৰিলে। কি পৰিস্থিতিত শিল্পীগৰাকীৰ মৃত্যু হ’ল, সেয়া অসমৰ ৰাইজে জানিব লাগিব আৰু জুবিন গার্গে ন্যায় পাব লাগিবই বুলি তেওঁ দোহাৰে। এই সম্পৰ্কত তেওঁ আৰু কয়, ‘জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই যিখন বৰঅসম বিচাৰিছিল, আমি সেইখন বৰঅসম পাবই লাগিব।’ ইয়াৰ পূৰ্বে দুপৰীয়া ১২ বজাত অনুষ্ঠানস্থলীত উপস্থিত হৈ প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে শিল্পীগৰাকীলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত দলৰ জ্যেষ্ঠ নেতা বলীন কুলী, প্রাক্তন মন্ত্রী প্রণতি যুকন, বিধায়িকা নন্দিতা দাস আদিয়েও অংশগ্রহণ কৰে। অনুষ্ঠানত মহিলাৰ নামকে ধৰি আঠটা অঞ্চলৰ পৰা অহা সেৱক-সেৱিকাই হৰিনাম পৰিবেশন কৰি শিল্পীগৰাকীলৈ সেৱা আগবঢ়ায়। এই অনুষ্ঠানত অংশগ্ৰহণৰ পূর্বে গগৈয়ে দীঘলীপুখুৰী পাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰত বিৰোধী দলসমূহে আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্রহণ কৰে। অনুষ্ঠানত আগবঢ়োৱা বক্তব্যত তেওঁ কয় যে জুবিন গাৰ্গ ৰাজনীতিৰ ঊর্ধ্বত আছিল। শিল্পীগৰাকীৰ মানৱতাবাদী নিদর্শন উজ্জীৱিত কৰি ৰাখিবৰ বাবে সকলোৱে একত্রিতভাবে কাম কৰিব লাগে বুলিও তেওঁ মতপোষণ কৰে। তেওঁ লগতে কয় যে জুবিনে ন্যায় নোপোৱালৈকে অসমৰ ৰাইজ বহি নাথাকে।

# জুবিন গাৰ্গৰ মৃত্যু সন্দর্ভত হৈ থকা তদন্তত অসমবাসী অসন্তুষ্ট: অখিল

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ চলি থকা তদন্তত অসমৰ ৰাইজ অসন্তুষ্ট বুলি মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। দেওবাৰে দীঘলীপুখুৰী পাৰৰ লক্ষীবৰ ক্ষেত্ৰত বিৰোধী দলসমূহৰ উদ্যোগত তথা বিভিন্ন সংগঠন, শিল্পী, বুদ্ধিজীৱী আদিৰ অংশগ্রহণৰে অনুষ্ঠিত শ্রদ্ধাঞ্জলি অনুষ্ঠানত বক্তব্য আগবঢ়াই গগৈয়ে লগতে কয়, ‘এই অনুষ্ঠানত জুবিনদালৈ কেৱল সেৱা আৰু শ্রদ্ধাঞ্জলি জনোৱা হোৱা নাই, ন্যায়ৰ দাবীত আজিৰে পৰা আমি প্রতিবাদ আৰম্ভ কৰিছো। জুবিনদাৰ মৃত্যু সম্পৰ্কত যি তদন্ত চলি আছে, সেই তদন্তক লৈ অসমবাসী অসন্তুষ্ট।’ শিল্পীগৰাকীৰ প্রয়াণৰ প্রায় এমাহ দিন অপেক্ষা কৰা বুলি উল্লেখ কৰি তেওঁ আৰু কয়, ‘সোমবাৰৰ পৰা অসমবাসীয়ে প্রতিবাদ কৰিব লাগিব।

আনহাতে অনুষ্ঠানত অসম জাতীয় পৰিষদ (অজাপ)ৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে মহানায়ক জুবিন গার্গে ন্যায় পাবই লাগিব, তাৰ কোনো বিকল্প নাই। শিল্পী জুবিনৰ গীত শুনিয়ে ডাঙৰ হোৱা বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘জুবিন গার্গ এক মহাসত্তা। শিল্পীগৰাকীৰ জীৱন-দর্শন জীয়াই ৰখাৰ বাবে আজিয়ে সংকল্প লোৱাৰ দিন। মোৰ কোনো জাতি নাই, ধর্ম নাই বুলি কোৱা শিল্পীগৰাকী এক মহাসত্তা।’ সম্প্রতি চলি থকা তদন্ত সন্দৰ্ভত তেওঁ কয়, ‘ন্যায়ৰ যুঁজ চলি থকাৰ সময়ত যি ধৰণৰ অপকৌশল চলিছে তাক লৈ মানুহে প্রশ্ন উত্থাপন কৰিছে যে আমি ন্যায় পামনে? আমি ন্যায় পাবই লাগিব।’

# জুবিন গাৰ্গৰ ন্যায় প্রক্রিয়া বহু দীঘলীয়া হৈছে: তৃষ্ণা দেবী

অনুষ্ঠানত সংগীত শিল্পী তৃষ্ণা দেবীয়ে ক্ষোভ প্রকাশ কৰে যে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া বহু দীঘলীয়া হৈছে। ন্যায় প্রক্রিয়া দীঘলীয়া হৈ ক্ষোভত পৰিণত হ’ব নালাগে বুলিও শিল্পীগৰাকীয়ে মন্তব্য কৰে। অৱশ্যে তেওঁ সকলোলৈকে আহান জনায় যে কোনেও আইন হাতত তুলি ল’ব নালাগে এই সম্পৰ্কত তেওঁ আৰু কয়, ‘আমাৰ বিশ্বাস আছে যে আমি ন্যায় পাম।’

# আমি কৈ কৈ ভাগৰিছো: ৰাকেশ ৰিয়ান

জুবিন গাৰ্গৰ মৃত্যুৰ শীঘ্রে ন্যায় লাভ কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰিছে কণ্ঠশিল্পী ৰাকেশ ৰিয়ানে। অৱশ্যে ন্যায় প্রক্রিয়াক লৈ তেওঁ অসন্তুষ্টিও ব্যক্ত কৰে। যুৱ শিল্পীজনে কয়, ‘আমি কৈ কৈ ভাগৰিছো। আজি এমাহ হ’ল। আমাক ন্যায় লাগে। আমাক ন্যায় লাগে।’ জুবিন গাৰ্গৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত দিয়া ‘জাস্টিচ ফৰ জুবিন গাৰ্গ’ হেছটেগে ২০ লক্ষৰ ঘৰ স্পৰ্শ কৰিলে বুলি উল্লেখ কৰি তেওঁ আৰু কয়, ‘কিন্তু এতিয়াও আমি ন্যায়ৰ বাবে অপেক্ষা কৰি আছো। আশা কৰিছো যে অতি সোনকালে ন্যায় পাম।’

# ‘কাঞ্চনজংঘা জুবিন’ শীর্ষক স্মৃতিগ্রন্থ উন্মোচন

দীঘলীপুখুৰী পাৰৰ অনুষ্ঠানত শিল্পী জুবিন গাৰ্গক স্মৰণ কৰি ‘কাঞ্চনজংঘা জুবিন’ শীর্ষক এখন স্মৃতিগ্রন্থ উন্মোচন কৰা হয়। স্মৃতিগ্রন্থ উন্মোচন কৰে বিশিষ্ট সমালোচক ড° হীৰেন গোহাঁয়ে। অনুষ্ঠানত লেখক-সমালোচক লক্ষ্মীনাথ তামুলী, শিল্পী লোকনাথ গোস্বামী, শিক্ষাবিদ সীতানাথ লহকৰ, শিল্পী খগেন গগৈ, বিশিষ্ট কবি নীলিম কুমাৰ, চিপিএমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, চিপিআইৰ নেতা কনক গগৈ, কংগ্ৰেছ নেতা বেদব্রত বৰা, চিপিআই (এম-এল) ৰ নেতা বিবেক দাস আদিয়েও অংশগ্রহণ কৰে। অনুষ্ঠানত কে’বাজনো শিল্পীয়ে জুবিন গাৰ্গৰ চিৰসেউজ গীত পৰিবেশন কৰি আবেগ বিহ্বল পৰিৱেশৰ সৃষ্টি কৰে।

জুবিনৰ লগত সংগত কৰা কে’বাগৰাকী সহ-শিল্পীয়ে ‘মায়াবিনী ৰাতিৰ বুকুত’ গীতটি পৰিবেশন কৰি অনুষ্ঠান আৰম্ভ কৰে। সমবেত হেজাৰ হেজাৰ লোকে থিয় হৈ শিল্পীগৰাকীৰ ইচ্ছা অনুসৰি ‘মায়াবিনী’ গীতটো সমস্বৰে পৰিবেশন কৰে। অনুষ্ঠানত সমবেতসকলে ‘আমাক ন্যায় লাগিবই’, ‘জুবিনদাৰ মৃত্যুৰ চিবিআই তদন্ত লাগিবই’, ‘জুবিনদাৰ মৃত্যুৰ উচিত তদন্ত হ’বই লাগিব’, ‘ইনক্লাব জিন্দাবাদ’, ‘জয় আই অসম’, ‘জুবিনদা অমৰ হওঁক’ ধ্বনি দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DighalipukhuriOpposition PartyTRIBUTE CEREMONYZubeen Gard
publisher

publisher

Related Posts

কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি
News

March 9, 2026
আগন্তুক পাঁচ বছৰত অসমক সমস্যামুক্ত ৰাজ্যৰূপে গঢ়াৰ সংকল্প
Assam

March 8, 2026
চলিত বিত্তীয় বর্ষত ধার্য লক্ষ্যৰ ৫০ শতাংশ পথো নির্মাণ নহ’ল অসমত 

এজন ব্যক্তি বা পৰিয়ালৰ বাবে নহয়, সকলোৰে বাবে অসম গঢ়িম: গৌৰৱ

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

March 7, 2026
প্রমোদৰ দিল্লী যাত্ৰাই ইউপিপিএলক সুৰক্ষিত কৰিব নে সংকুচিত?

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d