Zubeen Garg:✒️আজি ২১ অক্টোবৰ। আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ জন্মদিন। আজি জুবিনবিহীন প্ৰথমটো জন্মদিন গৰিমাৰ।
ADVERTISEMENT
আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গৰিমাক বিভিন্নজনে জনাইছে জন্মদিনৰ শুভেচ্ছা ।
জুবিনবিহীন প্ৰথমটো জন্মদিনত গৰিমাই সামাজিক মাধ্যমত তেওঁৰ প্ৰিয় পুৰুষ জুবিন গাৰ্গৰ স’তে দুখন ফটো আপলোড কৰি লিখিছে লিখিছে ‘গোল্ডি’ ।






























