GPC Election:
আজি গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন ৷ উদুলি মুদুলি পৰিবেশ প্ৰেছ ক্লাব চৌহদ৷ পুৱা ৮ বজাৰ আৰম্ভ হয় ভোটদান প্ৰক্ৰিয়া৷ বিয়লি ৪ বজালৈ হ’ব
ভোটগ্ৰহণ। ইতিমধ্যে ভোটাৰ সকলে শাৰি পাতি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। সভাপতি , সাধাৰণ সম্পাদককে ধৰি ১০ পদত প্ৰতিদ্বন্দ্বীতা কৰিছে ২০ গৰাকীকৈ প্ৰাৰ্থীয়ে ৷
ADVERTISEMENT
উল্লেখ্য যে উপ- সভাপতি পদত বিনা প্ৰতিদ্বন্দ্বীতাই নিৰ্বাচিত হয় প্ৰদীপ কুমাৰ বৰ্মন আৰু ৰঞ্জিতা ৰাভা ৷




































