Diwali:✒️ৰাজ্যত দীপাৱালীৰ পাছতে উৰ্ধগামী হৈছে বায়ুৰ গুণমান সূচকাংক (AQI)। সম্প্ৰতি অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্যই ইংগিত দিয়ে যে ২০২৫ চনত পূৰ্বৰ বছৰৰ তুলনাত বায়ু প্ৰদূষণৰ মাত্ৰা যথেষ্ট বৃদ্ধি পাইছে।
ADVERTISEMENT
অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি, ২১ অক্টোবৰৰ নিশা গড় ৰিডিং ১৪৫ ত উপনীত হয়, যাৰ ফলত মহানগৰীৰ AQIৰ ৰেকৰ্ড ‘মধ্যমীয়া’ পৰা “বেয়ালৈ” যায়।
উল্লেখ্য যে দিপাৱলীৰ দিনা গভীৰ নিশালৈকে আতচবাচী বিস্ফোৰণৰ ফলত একাধিক ঠাইত প্ৰদূষণৰ মাত্ৰা শিখৰত উপনীত হয়।






























