SIT Raid:জুবিন গাৰ্গৰ চৰকাৰী দেহৰক্ষী পৰেশ বৈশ্যৰ বাসগৃহত এছ আই টিৰ অভিযান

paresh

SIT Raid:

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু গোচৰত বৰ্তমান বাকসা জেলত কাৰাবন্দী হৈ থকা জুবিন গাৰ্গৰ চৰকাৰী দেহৰক্ষী পৰেশ বৈশ্যৰ বাসগৃহত আজি পুৱাৰে পৰা এছ আই টিয়ে অব্যাহত ৰাখিছে অভিযান। কামৰূপ গ্ৰাম্য জিলাৰ বংশৰত থকা দেহৰক্ষীজনৰ বাসগৃহত এই পৰ্যন্ত অব্যাহত আছে অভিযান।
উল্লেখ্য যে, পৰেশ বৈশ্যৰ বেংক একাউণ্টত বৃহৎ ধনৰ লেনদেনৰ তথ্য লাভ কৰিছিল। প্ৰায় ৬০ লাখৰো অধিক ধনৰ লেনদেন হোৱাৰ পাছতে আজি এছ আই টিয়ে চলাই অভিযান।
Exit mobile version