Actor Satish Shah passes away:✒️বলিউডৰ জনপ্রিয় অভিনেতা সতীশ শ্বাহৰ দেহাৱসান।৭৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে ।দীর্ঘদিনে বৃক্কজনিত সমস্যাত ভুগি আছিল সতীশ শ্বাহে।
ADVERTISEMENT
শ্বাহে হম আপকে হে কৌন, হম সাথ সাথ হে, কাল হো না হো (২০০৩), ওম শান্তি ওম, ফানা (২০০৪), মে হুঁ না (২০০৩) আদি অসংখ্য হিন্দী ছবিত অভিনয় কৰিছিল।






























