Elephant Safari in Kaziranga: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১নৱেম্বৰত মুকলি হ’ব হাতী ছাফাৰী

কাজিৰঙা পৰিদৰ্শনৰ বাবে আগমন দেশী- বিদেশী পৰ্যটকৰ

KAZI 1

Elephant Safari in Kaziranga:

শীতৰ আগমনৰ লগে লগে ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শনৰ বাবে সোঁত বৈছে দেশী- বিদেশী পৰ্যটকৰ ৷ আনহাতে নৱেম্বৰৰ পৰা পৰ্যটকৰ বাটে মুকলি কৰা হাতী ছাফাৰী ৷

ৰাষ্ট্ৰীয় উদ্যান খনৰ বাগৰি-কঁহৰা বনাঞ্চলত মুকলি কৰা হ’ব হাতী ছাফাৰী ৷ হাতী ছাফাৰীৰ ব্যৱসায়ীসকলে নিজৰ ব্যক্তিগত হাতী বাগৰি বনাঞ্চলত সাজু কৰিছে ৷ এক উথপথপ পৰিবেশ কাজিৰঙা ৷

Exit mobile version