Chhath Puja Celebration in Guwahati:
দেশৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীটো ব্যাপক উছাহ – উদ্দীপনাৰে ষট পূজা পালন কৰা হয়। সোমবাৰে বিয়লি অষ্টগামী সূর্যক অর্ঘ অর্পণ কৰাৰ অন্তত মঙলবাৰে কাহিলিপুৱাই উদিত সূর্যক অর্ঘ অর্পণৰে হিন্দুস্থানী লোক সকলে মহানগৰীৰ বিভিন্ন ঘাটত ৰীতি-নীতিৰে সূৰ্য দেৱতাক প্ৰণাম কৰে ৷


পাণ্ডু ঘাটত অনুষ্ঠিত ষট পূজাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ মাংগলিক নিয়ম অনুসৰি সূৰ্যক দেৱতাক প্ৰণাম কৰে ৷ লগতে ভক্তৱান লোকসকলৰ স’তেও মতবিনিময় কৰি কিছু সময় অতিবাহিত কৰে ড: শৰ্মাই ৷ADVERTISEMENT




































