Judicial Custody:
জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত ৫ অভিযুক্ত ন্যায়িক জিন্মাৰ ম্যাদ আজিলৈকে আছিল যদিও ষট পূজাৰ বন্ধৰ এদিনৰ পূর্বেই অৰ্থাৎ সোমবাৰেই ভার্চুৱেলী কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হয় ৷
আদালতে পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে শ্যামকানু মহন্ত,সিদ্ধার্থ শৰ্মা, জুবিনৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গার্গ আৰু জুবিনৰ দুই দেহৰক্ষী পৰেশ বৈশ্য, নন্দেশ্বৰ বৰাক ৷ আটাই কেইজন অভিযুক্ত বৰ্তমান কাৰাবন্দী হৈ আছে বাকসা জিলা কাৰাগাৰত ৷
ADVERTISEMENT




































