Zubeen Garg :
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু গোচৰত কাৰাবন্দী হৈ থকা শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তৰ ন্যায়িক জিন্মাৰ ম্যাদ আজিলৈকে আছিল কিন্ত ষট পূজাৰ বাবে আদালত বন্ধ হোৱা হেতুকে সোমবাৰেই ভার্চুৱেলী আদালতত হাজিৰ কৰোৱা হয় ৷
কামৰূপ চিজেএম আদালতে দুই অভিযুক্তকে পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷ দুই অভিযুক্ত বৰ্তমান হাফলঙ উপ- কাৰাগাৰত বন্দী হৈ আছে ৷
ADVERTISEMENT




































