Garima Saikia Garg: মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত জুবিন গাৰ্গৰ ছিতাভস্ম বিসর্জন

পুষ্পসজ্জিত বাহনত কাছমাৰীঘাটলৈ লৈ যোৱা হয় জুবিন গাৰ্গৰ চিতাভস্ম

ga3

Garima Saikia Garg:

অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ চিতাভস্ম বিসর্জন দিয়া হয় ৷ পুৱাভাগত হাৰ্টথ্ৰৱ গৰাকীৰ চিতাভস্ম কাহিলিপাৰাস্থিত বাসগৃহৰ পৰা পুষ্পসজ্জিত বাহনত কাছমাৰীঘাটলৈ লৈ যোৱা হয় ৷ তাত মাংগলিক বৈদিক ৰীতি নীতি অনুসৰি সেৱা – অৰ্চনা কৰাৰ অন্তত গৰিমা শইকীয়া গাৰ্গে কান্দি কান্দি আবেগিক হৈ বৰলুইতৰ বুকুত বিসর্জন দিলে জুবিন গাৰ্গৰ চিতাভষ্ম ৷ লুইতৰ বুকুত বিলীন হয় হিয়াৰ আমঠু জুবিন গাৰ্গৰ চিতাভষ্ম ৷ এই অনুষ্ঠানত গৰিমা গাৰ্গক সংগ দিয়ে জুবিন ভগ্নী পামী বৰঠাকুৰ পৰিয়ালৰ লোক সহ বহু সংখ্যক গুণমুগ্ধই ৷
Exit mobile version