Starlink:✒️এলন মাস্কৰ মালিকানাধীন সংস্থা ষ্টাৰলিংকে ভাৰতত শীঘ্ৰে ছেটেলাইট ইণ্টাৰনেট সেৱা আৰম্ভ কৰিব। ইয়াৰ বাবে ষ্টাৰলিংকে ৩০ আৰু ৩১ অক্টোবৰত মুম্বাইত ডেম’ ৰন কৰিব।
ADVERTISEMENT
ছেটেলাইট ইণ্টাৰনেট সেৱা আৰম্ভ কৰাৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে মাস্কৰ সংস্থাটো। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰিত উল্লেখ কৰা অনুসৰি, ছেটেলাইট ইণ্টাৰনেট সেৱাৰ ডেম’ৰ সময়ত প্রভিজনেল স্পেকট্রাম ব্যৱহাৰ কৰা হ’ব।
ষ্টাৰলিংকৰ ছেটেলাইট ইণ্টাৰনেট সেৱা আৰম্ভ হ’লে ভাৰতৰ সকলো গ্রামাঞ্চলতো ইণ্টাৰনেট সেৱা সহজ উপলব্ধ হ’ব।






























