উল্লেখ্য যে অসম চৰকাৰৰ অত্যাধুনিক নদী প্ৰকল্পটিয়ে পৰ্যটন ক্ষেত্ৰত অধিক উৎসাহিত কৰিব ৷বছৰৰ অধিক সময়ে এই বন্দৰ খোলা থাকিব ৷ এক লজিষ্টিক হাবলৈ পৰিণত হ’ব অত্যাধুনিক নদী বন্দৰটি। একেদৰে বাণিজ্যিক ক্ষেত্ৰত সামগ্ৰী পৰিবহনৰ নতুন বাট মুকলি কৰিব ব্ৰহ্মপুত্র জাহাজ বন্দৰটিয়ে ৷ ইয়াৰ পৰা শিলিগুৰি,কলকাতা আৰু চুবুৰীয়া দেশ বাংলাদেশলৈ সা- সামগ্ৰী আমদানি ৰপ্তানি হ’ব ৷