Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Rajen Gohain:অৱশেষত আঞ্চলিকবাদৰ পোচাক পিন্ধিব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই !

বুধবাৰে অসম জাতীয় পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰিব বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি মন্ত্ৰী ৰাজেন গোঁহাই

publisher by publisher
November 4, 2025
in Assam
Reading Time: 1 min read
0
Rajen Gohain:অৱশেষত আঞ্চলিকবাদৰ পোচাক পিন্ধিব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই !
2
SHARES
17
VIEWS
ShareShareShareShare

Rajen Gohain:

সকলো জল্পনাকল্পনা ওৰ পেলাই বুধবাৰে আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগদান কৰিব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইয়ে ৷

ADVERTISEMENT

নগাঁও সংসদীয় সমষ্টিৰ পৰা চাৰিবাৰকৈ বিজয়ী প্ৰাক্তন বিজেপি সাংসদজনে বুধবাৰে ১০ বজাত মহানগৰীৰ দিছপুৰস্থিত লোকনিৰ্মাণ ভৱনত অসম জাতীয় পৰিষদৰ দ্বাৰা আয়োজিত এক যোগদান কাৰ্যসূচীত আনুষ্ঠানিকভাৱে জাতীয় পৰিষদত যোগদান কৰিব ৷ এই যোগদান কাৰ্যসূচীতে কে’বা গৰাকী প্রাক্তন আছু কর্মীয়েও যোগদান কৰাৰ কথা ৷

RelatedPosts

AJP:১২টা সমষ্টি প্ৰাৰ্থীত্ব আগবঢ়াব অসম জাতীয় পৰিষদে

Lurinjyoti Gogoi: জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত মহানগৰীৰ চচলত অসম জাতীয় পৰিষদৰ গণ সত্যাগ্ৰহ কাৰ্যসূচী

Asom Jatiya Parishad:দিল্লীৰ ইন্দিৰা ভৱনত কংগ্ৰেছৰ স্ক্ৰীনিং কমিটীৰ বৈঠকত কংগ্ৰেছ-অজাপৰ আসন ভাগ বাটোৱাৰা চূড়ান্ত !

উল্লেখ্য যে বিগত মাহত বিজেপিৰ প্ৰাক্তন সভাপতি গৰাকীয়ে বিজেপি ত্যাগ কৰিছিল। এসময়ত ৰাজ্যত বিজেপিৰ কোনো সংগঠন নথকাৰ সময়ত ৰাজ্যিক বিজেপিক সন্মুখৰ পৰা নেতৃত্ব দি সাংগাঠনিক তৎপৰ বৃদ্ধি কৰাৰ লগতে নগাঁও সংসদীয় সমষ্টিৰ পৰা একেৰাহে বিজয়ী হৈছিল চাৰিবাৰকৈ I আনকি ২০১৪ ত মোদী মন্ত্ৰীসভাত ৰে’ল ৰাজ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল । ড:হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত গোঁহাইক কেবিনেট মৰ্যাদা দি খাদ্য আৰু অসামৰিক নিগমৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হৈছিল ৷ কিন্ত একাদিক্ৰমে ২০১৯ আৰু ২০২৪ ৰ লোকসভা নিৰ্বাচনত দলীয় টিকট লাভৰ পৰা বঞ্চিত হৈছিল ৰাজেন গোঁহাই ৷ একেদৰে ৰাজ্যসভাৰ সদস্যৰ পদৰ পৰাও হৈছিল বঞ্চিত। যাৰবাবে মনে মনে ক্ষোভিত হৈ থাকি সময়ে সময়ে দলৰ ভিতৰত থাকিও কেতবোৰ মন্তব্য দি দলৰ ৰোষত পৰি ক্ৰমাৎ দলৰ মজিয়াত হৈ পৰিছিত একাষৰীয়া।

অৱশ্যে দিলীপ শইকীয়াই ৰাজ্যিক বিজেপিৰ সভাপতি হোৱাৰ পিছত ৰাজেন গোঁহাইক দলৰ মজিয়াত উচিত আসন দিয়া হৈছিল যদিও গোঁহায়ে দলৰ ভিতৰত থাকি ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ সহ নেতৃবৰ্গৰে এক মিলিত হৈছিল চলিত বৰ্ষৰ মাজভাগত । তেতিয়াৰে পৰা ৰাজ্যৰ ৰাজনীতিত এক চৰ্চা চলি আছিল ৷ অচিৰেই বিজেপি ত্যাগ কৰি ৰাজেন গোঁহাই জাতীয় পৰিষদত যোগদান কৰিব আনকি দলটোত যোগদান কৰিলে তেওঁক দিয়া হ’ব কাৰ্যকৰী সভাপতি পদ ৷

অৱশেষত সকলো জল্পনাকল্পনাৰ অন্তত বুধবাৰে আনুষ্ঠানিকভাৱে আঞ্চলিকতাবাদৰ পোচাক পিন্ধিব বৰ্ষীয়ান ৰাজনীতিকজনে ৷ উল্লেখ্য যে অসম জাতীয় পৰিষদত যোগদান কৰাৰ পিছত গোঁহাই হ’ব পাৰে আগন্তুক ২৬ ৰ বিধানসভা নিৰ্বাচনৰ নগাঁও সদৰ সমষ্টিৰ প্ৰাৰ্থী ৷ সমষ্টিটোত তেওঁৰ প্ৰধান প্ৰতিদ্বন্দ্বী হ’ব তেওঁৰ আঙুলিত ধৰি গেৰুৱাবসন পিন্ধি দুবাৰকৈ বিধায়ক হোৱা ৰূপক শৰ্মা ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Asom Jatiya Parishadex mpjoining ajpRajen Gohain
publisher

publisher

Related Posts

কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি
News

March 9, 2026
আগন্তুক পাঁচ বছৰত অসমক সমস্যামুক্ত ৰাজ্যৰূপে গঢ়াৰ সংকল্প
Assam

March 8, 2026
চলিত বিত্তীয় বর্ষত ধার্য লক্ষ্যৰ ৫০ শতাংশ পথো নির্মাণ নহ’ল অসমত 

এজন ব্যক্তি বা পৰিয়ালৰ বাবে নহয়, সকলোৰে বাবে অসম গঢ়িম: গৌৰৱ

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

March 7, 2026
প্রমোদৰ দিল্লী যাত্ৰাই ইউপিপিএলক সুৰক্ষিত কৰিব নে সংকুচিত?

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d