Rhino horn Seized:
গড়ৰ খৰ্গ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীয়ে কঠোৰস্থিতি গ্ৰহণ কৰি থকাৰ মাজতে অসম-নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটত গড়ৰ খৰ্গ সহ আটক এজন সৰবৰাহকাৰী ৷ ধৃত সৰবৰাহকাৰীজনৰ নাম মজিবুৰ ৰহমান ৷ গড়ৰ খৰ্গ চোৰাং সৰবৰাহকাৰীজনে নগাঁৱৰ পৰা সৰবৰাহ কৰিছিল উৰিয়ামঘাটলৈ। অধিক তথ্যৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা ৷
ADVERTISEMENT




































